sangbad lahar logo

Sample Page

  • February 9, 2024

দুলীয়াজানৰ অইলৰ তৈলখাদত অগ্নিকাণ্ড । যোৰাজান সমীপৰ ১৬ নং তৈলখাদত হৈছে এই অগ্নিকাণ্ড ।

দুলীয়াজানৰ অইলৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড ।যোৰাজান সমীপৰ ১৬ নং তৈলখাদত হৈছে এই অগ্নিকাণ্ড ।কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে ।এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও অইলৰ…

Read More
  • February 8, 2024

নাজিৰাত অগ্নিকাণ্ড । অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত ।

নাজিৰা নগৰৰ মাজমজিয়াত বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড ।শিৱসাগৰ জিলাৰ নাজিৰাৰ ৪ নং ৱাৰ্ডত কাহ পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।ৰমেশ কলিতাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা ৰীতা…

Read More
  • February 6, 2024

ড০ নন্দ সিং বৰকলালৈ “সাহিত্যজ্যোতি” বঁটা ।

“হাদিৰাচকী”উপন্যাসৰ শ্ৰষ্ঠা ড০ নন্দ সিং বৰকলালৈ নতুন সুৰ প্ৰকাশন পৰিষদ, উত্তৰ লক্ষীমপুৰে “সাহিত্যজ্যোতি বঁটা” ২০২৪ আগবঢ়াইছে । দীৰ্ঘদিন জুৰি অসমীয়া সাহিত্য আৰু তেখেতৰ অসমীয়াত্ববোধৰ দায়িত্ব আৰু কৰ্তব্যবোধেৰে জাতিক সমৃদ্ধ কৰাৰ…

Read More
  • February 6, 2024

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা । পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লু’ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা ।

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেলত সংঘটিত হৈছে এই ঘটনা ।হোটেল ৰেডিছন ব্লু’ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা ।সন্দীপ সুৰেশ কামলি নামৰ যুৱকজনক হানি-খুচি হত্যা ।ঘটনা সন্দৰ্ভত আজাৰাৰ পৰা দুই যুৱক…

Read More
  • February 4, 2024

অসম লোকসেৱা আয়োগৰ পৰীক্ষা ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা গৃহবিভাগৰ ।

APSCৰ ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা ।৬৫ গৰাকী APS প্ৰাৰ্থীলৈ নিৰ্দেশনা জাৰি গৃহবিভাগৰ ।কাইলৈ জনতা ভৱনৰ কনফাৰেন্স হলত হাজিৰ হোৱাৰ নিৰ্দেশ ।নথি পুন:নিৰীক্ষণৰ বাবে উপস্থিত হব লাগিব আটাইকেইগৰাকী…

Read More
  • February 4, 2024

ধিঙৰ গেৰেকনিত প্রেমজনিত কাৰণত ছাত্রীৰ চৰম সিদ্ধান্ত ।

নগাঁও জিলাৰ ধিঙৰ গেৰেকনি বিলত এগৰাকী ছাত্ৰীয়ে কীটনাশক ঔষধ খাই আত্মহত্যা কৰে।জানিব পৰা মতে,গেৰেকনি বিলৰ নিবাসী জয়নাল অবদিনৰ কন্যা তথা বেছামাৰী গাৰ্লচ স্কুলৰ ছাত্ৰী জেনিফা আহমেদ(১৭) য়ে যোৱা ৩১ জানুৱাৰীৰ…

Read More
  • February 4, 2024

নিশা দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অঘটন । ট্ৰেইন দুখনৰ মাজত তীব্ৰ হতাহতি । গুৰুতৰভাৱে আহত হৈছে বহু লোক ।

মণিপুৰৰ কুকি আৰু মাইটে ট্ৰেইনৰ মাজত হতাহতি । আহতসকলক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ইতিমধ্যে দেৰগাঁও সামূহিক চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত…

Read More
  • February 3, 2024

মহাৰাষ্ট্ৰত গুলীচালনাৰে জড়িত বিজেপি বিধায়ক গণপত গাইকোৱাডক গ্ৰেপ্তাৰ ৷

মহাৰাষ্ট্ৰত গুলীচালনাৰে জড়িত বিজেপি বিধায়ক গণপত গাইকোৱাডক গ্ৰেপ্তাৰ ৷সহযোগী শিৱসেনাৰ সিন্দে গোটৰ নেতা মহেশ গাইকোৱাডলৈ গুলীচালনা ৷উলহাছ নগৰ আৰক্ষী থানাৰ ভিতৰতে বিজেপি নেতাৰ গুলীচালনা ৷বিজেপি বিধায়ক আৰু শিৱসেনা গোটৰ নেতাৰ…

Read More
  • February 3, 2024

নলবাৰী জিলাৰ কুৰিহামাৰী চৰত অগ্নিকাণ্ড ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী বৰচৰ গাঁৱৰ খলিল আলী আৰু মইনুল হকৰ ঘৰত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথিসহ ভস্মীভূত…

Read More
  • February 2, 2024

লাহৰীঘাটৰ ঔতলাবড়ীত চৰকাৰী দাগৰ মাটিৰ লগতে বহু বছৰ পুৰণি ৰাস্তা JCB ৰে খান্দি মাটি বিক্ৰীৰ অভিযোগত লাহৰীঘাট থানাত এজাহাৰ ভুক্তভোগীৰ ।

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ভূৰাগাঁও ৰাজহচক্ৰৰ ঔতলাবড়ী কিছামৰ ৬৫১,৫২২ চৰকাৰী দাগৰ মাটিৰ লগতে উক্ত মাটিৰ কাষতে থকা বহু বছৰ পুৰণি ৰাস্তাত JCB লগাই মাটি খান্দি বিক্ৰী কৰাৰ অভিযোগ গাওঁখনৰ আব্দুল…

Read More