- March 28, 2023
উওৰ গুৱাহাটী আমিনগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত হয় আৰক্ষী বিষয়া ।
তীব্ৰগতিত অহা এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় আৰক্ষী বিষয়া । এতিয়ালৈ আৰক্ষী বিষয়া জনৰ ঠিকনা জানিব পৰা হোৱা নাই ।
Read More- March 28, 2023
ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ত অইল ইণ্ডিয়া লিমিটেডৰ বিনামুলীয়া ভ্ৰাম্যমান স্বাস্থ্য পৰীক্ষা শিবিৰ |
অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত ৫ দিনীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে | ভ্ৰাম্যমান চিকিৎসালয় ৰূপত অত্যাধুনিক স্বাস্থ্য…
Read More- March 28, 2023
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা, বৰষুণ আৰু প্ৰৱল শিলাবৃষ্টি । দৰঙতো শিল বৰষুণৰ প্ৰভাৱত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ।
বিশেষকৈ দেওমৰনৈ পাতি দৰং,নাহৰবাৰী,দলগাও খাৰুপেটিয়াৰ অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ।
Read More- March 28, 2023
মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন ঠাইত পছোৱা বতাহত বিস্তৰ ক্ষয়-ক্ষতি ।
যোৱা সোমবাৰে সন্ধিয়াৰ পৰা নিশা লৈকে চলি থকা পছোৱা বতাহ আৰু ডবা -পিতা বৰষুণৰ ফলত উজনিৰ বিভিন্ন ঠাইৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বহু অঞ্চলত ঘৰ-বাৰী , গছ-গছনি ভাগি পৰা পৰিলক্ষিত হৈছে…
Read More- March 28, 2023
মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ ।
মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয় ।…
Read More- March 28, 2023
উত্তৰ গুৱাহাটীৰ লেঙা গাওঁৰ কেশৱ দাস, টেম্পো চালক হৈয়ো সংগীতৰ যোগেদি হৃদয় জিনিছিল অসমবাসীৰ, কেশৱ সাজু হৈছে বিহু মঞ্চ কঁপাবলৈ…
সমাগত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু । বিহু মঞ্চত সংগীত পৰিৱেশনৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পী সকল । সমান্তৰালকৈ আখৰাত ব্যস্ত হৈছে উত্তৰ গুৱাহাটীৰ লেঙা গাওঁৰ কেশৱ দাস । জীৱন -যাপনৰ…
Read More- March 28, 2023
নিশা দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত দুজন ।
তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে baleno বাহনক । baleno খনৰ নম্বৰ AS01DY3700 আনহাতে দুর্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ WB 35 1707, ট্ৰাক খনৰ চালক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে…
Read More- March 27, 2023
ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত ডিগবৈৰ মিনাৰ্ভা জৈছি..
ছৰ্ট চাৰ্ভিচ কমিছন অ’মেন এন চি চি চিৰ সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰথম স্থান অধিকাৰ কৰি ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাৰ্ভা জৈছিয়ে। মিনাৰ্ভাই অহা এপ্ৰিল…
Read More- March 27, 2023
অসমীয়া – বাংলা যোৰ কৰা গামোছাৰ সৈতে ফটোৰ ওপৰত বিমল বৰাৰ বিবৃতি..
তেওঁ কয়, “ছ’চিয়েল মিডিয়াত ৰাউণ্ড মেকিং কৰা ফটোখন ডেৰ বছৰৰ আগতে তোলা হৈছিল ।” অসমীয়া-বাংলা যোৰ গামোছাক লৈ ক্ৰমবৰ্ধমান বিতৰ্কৰ মাজতে সোমবাৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এক বিবৃতি…
Read More- March 27, 2023
বৰক্ষেত্ৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ..
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰত আজি প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ বৰক্ষেত্ৰীৰ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নোৱাপাৰা পামৰ চৰকাৰী ভূমিত বৰক্ষেত্ৰী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ ২০০ বিঘা চৰকাৰী ভূমিত…
Read More