- মহানগৰীৰ গণেশগুৰিত পথ দুৰ্ঘটনা । থিতাতে নিহত পথচাৰী ।
- লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী । লালুকৰ পুখুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে ।
- ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা । দুৰ্ঘটনাত চালকসহ ১৪ জন যাত্ৰীৰ মৃত্যু ।
- জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক ।
- সোণাপুৰত বালি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য । নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথত বাগৰিল বালি ভৰ্তি ডাম্পাৰ ।
- মৰিগাঁও বৰঙাবাড়ীত চাঞ্চল্যকৰ ঘটনা । পুখুৰীত পৰি মৃত্যু মৰিগাঁও ময়েনগুৰীৰ নিবাসী কুমল দাস নামৰ ৩০ বছৰীয়া ব্যক্তিৰ ।
- ডিগবৈত চাঞ্চল্য ডকাইটি কাণ্ড । চোকা অস্ত্ৰ দেখুৱাই এহাল দম্পতিৰ পৰা লুটিলে ধন ।
- ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ ৷ ডিগবৈ পাণবাৰীত গাওঁৰক্ষী বাহিনী আৰু স্হানীয় ৰাইজৰ তৎপৰতাত অবৈধভাৱে ২৩ টাকৈ গৰু কঢ়িয়াই অনা এখন 709 গৰুভৰ্ত্তি ট্ৰাক জব্দ কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷
- আজিৰে পৰা ৭ দিনৰ বাবে আমিনগাওঁত অনুষ্ঠিত হ’ব অতিৰুদ্ৰ মহাযজ্ঞ ।
- জিনজিয়া চাহ বাগিছাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড । খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিয়েকৰ ।
- বলীউদত সততে চৰ্চাৰ শিৰোনাম দখল কৰা অভিনেত্ৰী উৰ্ফীৰ নতুন মোৰ, সহকাৰী সঞ্চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ….
- মহিলাক অপমান কৰিবলৈ বিয়াত গান গাবলৈ আহিছিল নেকি হানি ? হানিয়ে কয়, “মোৰ সংগীত যদি অপছন্দ হয়, তেন্তে ইমান মানুহে কিয় শুনি আছে ?”
- কোটি কোটি টকা উপাৰ্জন কৰিও স্বাভাৱিক জীৱন যাপন কৰে বৰ্তমান হিন্দী প্লেবেক জগতৰ শীৰ্ষত থকা অৰিজিতে ; আচলতে ইয়াৰ আঁৰৰ ৰহস্য কি ?
- বৰুণ- নাতাশাক লৈ বলীউদত পুনৰ জল্পনা- কল্পনা …
- “কৃতি, মই তোমাৰ নামত এটা উৰাবাতৰি বিয়পাই দিম । কোৱা , তোমাৰ জীৱনত কোনোবা আছে ; ইচ্ছা কৰিয়েই সমালোচনাক স্হান দিয়ে একাংশই; কোন বলীউদ তাৰকাই কৃতি শ্বেননক ক’লে এনেদৰে…
- মঙলদৈত নিশা দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে ব্যৱসায়ীক প্ৰতিষ্ঠান ।
- জুৰীয়াত পুনৰ গুলিচালনাৰ ঘটনা । দিন দুপৰতে গুলি চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতি । লুটি লৈ গ’ল ২ লাখ ৮৭ হাজাৰ টকা । উদ্ধাৰ কৰা হৈছে গুলিৰ খালী কাৰ্টিজ ।
- লাংকাচি ৰবৰবাৰী গাঁৱত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । হত্যা কৰিলে সমবয়সীয়াই ।
- ক্ষেত্ৰী থানাৰ অন্তৰ্গত বংগালবৰীত লোমহৰ্ষক হত্যাকাণ্ড । দাৰে ঘপিয়াই হত্যা ৬০’ৰ উৰ্ধৰ বৃদ্ধাক ।
- হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড । স্বামীয়ে ডেগাৰেৰে খুছি হত্যা কৰে নিজ পত্নীক ।
- সাংসদ দিলীপ শইকীয়াই উভতি ধৰিলে গৌৰৱ গগৈক । গৌৰৱ গগৈয়ে উত্থাপন কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেন্ট প্ৰাইভেট লিমিটেডক ১০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা প্ৰসংগক ভিত্তিহীন আখ্যা দিয়ে দিলীপ শইকীয়াই ।
- “গাখীৰ খুৱাই সাপ পুহিছিল UPPL দলে । “UPPLৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কামাল আজাদক দায়িত্বৰ পৰা অব্যাহতি ।
- পুৰণি বিজেপি নহয় , ন বিজেপি ৰমাকান্ত দেউৰীৰ ক্ষোভ । “এনেদৰে দল চলালে দল বেছি দিন নচলে । কংগ্রেছৰ ক্ৰমাৎ জনপ্রিয়তা বাঢ়ি গৈ আছে। বিজেপিৰ মন্ত্রী, বিধায়ক সকলোৱে অসন্তুষ্টিত আছে, কিন্তু ভয়ত মাত মাতিব পৰা নাই । মই তিৱা মানুহ ধৈৰ্য্য কম, মই কম সকলো কথা ।” – বিস্ফোৰক মন্তব্য ৰমাকান্ত দেউৰীৰ ।
- আজি ভাৰতীয় জাতীয় যুৱ কংগ্রেছৰ প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে আজি ঘিলামৰা স্থিত ৰাজীৱ ভৱনত উদযাপন কৰা হয় বিশেষ কাৰ্যসূচীৰ ।
- ঝাৰখণ্ডৰ ৰাছীত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠক । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বজৰংগ আৰু বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বৈঠকখন । বৈঠকত উপস্থিত থাকে বজৰংগ দলৰ ৰাষ্ট্ৰীয় সম্পাদক মিলিণ্ড পাৰাণ্ডে, ৰাষ্ট্ৰীয় সংযোজক নিৰজ দুনৰিয়া আৰু অসমৰ প্ৰান্তীয়সহ সংযোজক সুনীল লহকৰ সহ বিষয়ববীয়া সকল ।