
IPL 2021 ৰ পৰা বিদায় মাগিলে বিৰাট কোহলী বাহিনীয়ে । কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হ’ল বিৰাট কোহলীৰ দলটো। প্ৰথমে বেট ধৰি বেংগালুৰুৱে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৩৮ ৰাণ কৰে। কোহলীয়ে ৩৯ ৰান কৰাৰ বিপৰীতে সুনীল নাৰায়ণে ৪টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতাই ১৯.৪ অভাৰত ৬টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।