sangbad lahar logo

হিমা দাসৰ ৰাইজলৈ কি আহ্বান?

নিউজ ডেস্ক , সংবাদ লহৰ , ১৫ মে’- এইটো সময় আমাৰ প্ৰকৃত যোঁদ্ধা অসম পুলিচৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ,আমাৰ সুৰক্ষা প্ৰদানৰ বাবে তেওঁলোকৰ নিজৰ জীৱনৰ কথাও চিন্তা নকৰি অহৰ্নিশে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি আহিছে ।আহঁক সকলোৱে মিলি অসম আৰক্ষীৰ প্ৰতি সন্মান জনায় “অসম পুলিচৰ” প্ৰতীক আমাৰ প্ৰফাইলত লগাবলৈ আহ্বান জনায় হিমা দাসে ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *