- উওৰ গুৱাহাটী আমিনগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত হয় আৰক্ষী বিষয়া ।
- নিশা দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত দুজন ।
- ভয়ংকৰ ঘটনা সংঘটিত হ’ল বিলাসীপাৰা মহকুমাৰ চৰাঞ্চলৰ গুটিপাৰা ষষ্ঠ খণ্ড গাঁৱত , টেক্টৰে কাল হ’ল ৭ বছৰীয়া শিশুটোৰ …
- অসমৰ গোগামুখত সংঘটিত এক বৃহৎ পথ দুৰ্ঘটনাত পিতা-পুত্ৰ থিতাতে নিহত ..
- উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা ..
- ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ত অইল ইণ্ডিয়া লিমিটেডৰ বিনামুলীয়া ভ্ৰাম্যমান স্বাস্থ্য পৰীক্ষা শিবিৰ |
- ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা, বৰষুণ আৰু প্ৰৱল শিলাবৃষ্টি । দৰঙতো শিল বৰষুণৰ প্ৰভাৱত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ।
- মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন ঠাইত পছোৱা বতাহত বিস্তৰ ক্ষয়-ক্ষতি ।
- মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ ।
- উত্তৰ গুৱাহাটীৰ লেঙা গাওঁৰ কেশৱ দাস, টেম্পো চালক হৈয়ো সংগীতৰ যোগেদি হৃদয় জিনিছিল অসমবাসীৰ, কেশৱ সাজু হৈছে বিহু মঞ্চ কঁপাবলৈ…
- জুবিন নৌতিয়ালৰ ‘দৌতাৰা’ ই গোৱালপৰীয়া লোকগীত বিকৃত কৰাৰ অভিযোগ
- দীৰ্ঘবিৰতিৰ অন্তত পুনৰ অভিনয় ক্ষেত্ৰলৈ গীতা বসৰাৰ , স্বামীৰ বাবে কেৰিয়াৰ নষ্ট হোৱা বুলি অভিযোগ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ …
- কামাখ্যা মন্দিৰত এনেদৰে দেখা বলীউদৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীক . ..
- শীঘ্ৰেই মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব গ্লেমাৰ জগতৰ পৰা বিদায় লোৱা অভিনেত্ৰী ছানা খানে ।
- কোনখন ছবিৰ জৰিয়তে মিথুন দৰ্শকৰ মাজত চিনাকি হৈ পৰিছিল ?
- যোৰাবাট আৰক্ষীৰ জালত চাৰিজনীয়া ডকাইতৰ দল
- গুৱাহাটীৰ ৰেল ষ্টেচনত হেৰ’ইনসহ এজনক গ্ৰেপ্তাৰ
- ধৰ্ষণৰ উচিত প্ৰত্যুত্তৰ এগৰাকী বোৱাৰীৰ
- ৰাজ্য কঁপাই যোৱা বন্দনা কাণ্ডৰ পুনৰাবৃত্তি ঘটিল দক্ষিণ কামৰূপৰ বকোত ৷
- কাছাৰৰ সোনাইত বুজন পৰিমাণৰ হেৰ’ইন জব্দ। জব্দকৃত হেৰ’ইনৰ পৰিমাণ প্ৰায় ৩ কেজি। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰী নজৰুল হক আৰু একলাছ উদ্দিনক গ্ৰেপ্তাৰ।
- বিধানসভাত চৰ এলেকাৰ উন্নয়নৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ..
- মমতাৰ অধিবক্তা সঞ্জয়ক কিয় ৰক্ষা কৰিব ? উচ্চতম ন্যায়ালয়ক জনাইছে ইডিয়ে ।
- মমতাৰ অধিবক্তা সঞ্জয়ক কিয় ৰক্ষা কৰিব ? উচ্চতম ন্যায়ালয়ক জনাইছে ইডিয়ে
- “প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও বিদেশী দেশত ঘৰুৱা ৰাজনীতিৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল ।“ দিল্লীত অমিত শ্বাহৰ মন্তব্য
- অসম বাজেট ২০২৩-২৪ : অজন্তা নেওগে ঘোষণা কৰিলে আন্ত:গাঁথনিগত প্ৰকল্পৰ ছলনা , কি কি আছে বাজেটত ..