sangbad lahar logo

Sports

  • October 14, 2023

বিশ্বকাপ ২০২৩ৰ হাই ভল্টেজ মেচত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

আহমেদাবাদত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ ভাৰত বনাম পাকিস্তানৰ মেচখনত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। পাকিস্তানে বান্ধি দিয়া ১৯২ ৰানৰ লক্ষ্য ভাৰতে ৩ টা উইকেট হেৰুৱাই মাত্ৰ ৩০.৩…

Read More
  • October 13, 2023

আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে সংবাদমেল সম্বোধন কৰি কি ঘোষণা কৰিলে । আইঅ’চিৰ আগন্তুক অলিম্পিক সম্পৰ্কত তিনিটা সিদ্ধান্ত কি কি ?  ২০২৮ চনৰ অলিম্পিকৰ বাবে কোনটো খেলক অনুমোদন দিলে । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

২০২৮ চনৰ অলিম্পিক লছ এঞ্জেলেছত আয়োজন কৰা হ’ব । আইঅ’চিৰ বিষয়াই শুকুৰবাৰে কয় যে তেওঁলোকে ২০২৮ ৰ লছ এঞ্জেলেছ অলিম্পিকৰ বাবে ক্ৰিকেটক অনুমোদন জনাইছে । আইঅ’চিৰ অধ্যক্ষ থমাছ বাকে কয়…

Read More
  • September 16, 2023

ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা ।

সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ । তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আকাংক্ষা হাজৰিকাই । কিয়নো, ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা । ইতিমধ্যে ইন্দো-বাংলাদেশ…

Read More
  • September 8, 2023

দিল্লীত অৱস্থিত PRO  PANJA  LEAGUE ত KIRAAK HYDERABAD TEAM  ৰানাৰ্চ আপ খিতাপ অৰ্জন ।

দিল্লী ইণ্ডিয়া গান্ধী ষ্ট্ৰেডিয়ামত হোৱা ১৮ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত প্ৰৰ’ পাঞ্জা লীগৰ চূড়ান্ত খেলত কিৰাক হাইদৰাবাদ টিমে ৰাৰ্ণাছ আপ লাভ কৰি সুনাম অৰ্জন কৰে  ।  উক্ত টিমত অসমৰ…

Read More
  • August 17, 2023

অৰ্থৰ অভাৱৰ বাবে থমকি ৰৈছে ৰহাৰ বাৰপূজীয়াৰ এগৰাকী প্ৰবীণ সুদক্ষ খেলুৱৈ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ খেলিবলৈ আৰ্থিক সংকটত ভুগিছে খেলুৱৈ গৰাকীয়ে । ৮ ডিচেম্বৰত ফিলিপাইনত অনুষ্ঠিত হ’ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ প্ৰমিলা দাসে বিচাৰিছে চৰকাৰৰ সহায় ।

নিজৰ দক্ষতাৰ বলত জিলা পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰ আৰু লংজাম্প খেলত সোণ-ৰূপৰ পদক বুটলি শেহতীয়াকৈ সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ খেলিবলৈ । কিন্তু অৰ্থনৈতিক…

Read More
  • August 15, 2023

সোণাপুৰৰ মালয়বাৰীত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।

আজি স্বাধীনতা দিৱস, স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যুৱপ্ৰজম্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেৰে মঙ্গলবাৰে সোণাপুৰৰ মালয়বাৰী লক্ষীটাৰী খেলপথাৰত অনুষ্ঠিত হয় স্বৰ্গীয় কনক কলিতা আৰু মিহিবালা কলিতা সোঁৱৰণি এদিনীয়া প্ৰাইজমানি…

Read More
  • July 26, 2023

 বি চি চি আইৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াৰ কান্ধত গধূৰ দায়িত্ব। ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপৰ মেচ সফল কৰি তোলাৰ বাবে তিনিখনকৈ হ’ষ্ট চিটিৰ দায়িত্ব দেৱজিৎ শইকীয়াৰ কান্ধত ।

সকলো ফালৰ পৰা যাতে এই মেচসমূহ সূচাৰু ৰূপে অনুষ্ঠিত হয়, কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই সকলোবোৰ দিশ চাব লাগিব শইকীয়াই। উল্লেখ্য যে, আই চি চি এদিনীয়া বিশ্বকাপ সফলভাৱে অনুষ্ঠিত কৰাত কোনো…

Read More
  • July 7, 2023

আজি মহেন্দ্ৰ সিং ধোনিৰ ওপজা দিন । অন্ধ্ৰপ্ৰদেশৰ নন্দীগামত তেওঁৰ ওপজা দিন উপলক্ষে অনুৰাগীয়ে সাজি উলিয়ালে ৭৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু হায়দৰাবাদত ৫২ ফুট ওখ, ধোনিৰ কাটআউট ।

এয়াই মহেন্দ্ৰ সিং ধোনিৰ বাবে থকা অনুৰাগীৰ মৰম ভালপোৱা । অন্ধ্ৰপ্ৰদেশৰ নন্দীগামত মহেন্দ্ৰ সিং ধোনিৰ ওপজা দিন উপলক্ষে অনুৰাগীয়ে সাজি উলিয়ালে ৭৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু হায়দৰাবাদত ৫২ ফুট ওখ…

Read More
  • June 2, 2023

নেপালত অনুষ্ঠিত হোৱা 9th  আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় অসম তথা মৰিগাঁও জীয়ৰী ৰুলাক্ষী শৰ্মাই ।

অসম তথা মৰিগাঁৱৰ এগৰাকী যুৱতী ২০১৬ চনৰ পৰাই নিজৰ অদম্য সাহসৰ লগতে নিজৰ কষ্টৰ বলত সমৰ কলাত জিলা পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়িবলৈ সক্ষম হৈছে । অসমৰ লগতে অসমৰ বাহিৰটো…

Read More
  • May 31, 2023

লখিমপুৰৰ বগিনদীত ১৬ তম্ উকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ খেলুৱৈয়ে ২৭ টা পদকৰে বৃহৎ সফলতা লাভ কৰে ।

২৭ আৰু ২৮ মে’ত অনুষ্ঠিত কাৰটে প্ৰতিযোগিতাত খেলুৱৈসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ সৰ্বমুঠ ২৭ টা পদকেৰে জিলাখনৰ খেলৰ সুনাম অক্ষুণ্ণ ৰাখিলে । সোণৰ পদক তন্বিৰ সোনোৱাল, নিৰ্মলা…

Read More