- November 18, 2023
‘ৰাইজে বিচাৰিলে নহ’ব, নেতাসকলেও মোক বিচাৰিব লাগিব । নেতাই মৰম নকৰিলে ক’ত টিকট পাম ।’’ লামডিত এই মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ।
কাজিৰঙা পৰা খেলিবলৈ হ’লে নেতাই মোক ভাল পাব লাগিব। নেতাই মৰম নকৰিলে ক’ত টিকট পাম । বিধায়ক থাকোঁতেই টিকট পোৱা নাই এতিয়া মই সাধাৰণ মানুহ আৰু নাপাওঁ’।
Read More- November 12, 2023
বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি, কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ নেতা মৃণাল তালুকদাৰ আৰু পলাশ দাসৰ
সৰভোগ পৌৰসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী অঞ্জলি দাসৰ গুণ্ডাগিৰি। বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সোমাই প্ৰহাৰ কৰিলে ছাত্ৰ নেতাক। কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ নেতা মৃণাল তালুকদাৰ আৰু পলাশ দাসৰ।…
Read More- November 9, 2023
বৰপেটাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা দীনেশ চন্দ্ৰ মেধিৰ অৱসৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত আৱেগিক পৰিৱেশ
লোকনিৰ্মাণ বিভাগৰ বৰপেটা, মন্দিয়া আৰু চেঙা ক্ষেত্ৰীয় সংমণ্ডলৰ অভিযন্তা তথা বৰপেটা লোক নিৰ্মান বিভাগৰ অধীক্ষক দীনেশ চন্দ্ৰ মেধিৰ চাকৰি জীৱনৰ অৱসৰৰ দিনা বৰপেটাত আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। সাধাৰণতে একাংশ চৰকাৰী…
Read More- November 8, 2023
“হাগ্ৰামা মহিলাৰী আৰু মুনমুন ব্ৰহ্ম মাথা নোহোৱা কেঁকোৰা”
ভাৰত ভূটান সীমান্তৰ ৰজাগড় অঞ্চলত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বুধবাৰে বৰনদী অভয়াৰণ্যত প্ৰায় ১ কোটি ৪ লাখ টকা ব্যয়ৰে ৪.৫ কিঃমি দৈৰ্ঘ্যৰ ছোলাৰ ফেঞ্চিং নিৰ্মাণৰ কাম শুভাৰাম্ভ কৰে বিটিআৰৰ…
Read More- November 8, 2023
সোণাপুৰত ‘ইউনাইটেড ফৰাম ফ’ৰ লংৰি কিমি’ৰ উদ্যোগত মুখ্যমন্ত্ৰীলৈ ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান
বুধবাৰে ট্ৰাইবেল সংঘৰ কাৰ্যালয়ৰ পৰা কামৰূপ জিলাৰ সোণাপুৰৰ বজাৰৰ মাজেৰে শতাধিক পুৰুষ-মহিলাই জনজাতীয় সাজ-পাৰ পৰিধানেৰে পদযাত্ৰা কৰি সোণাপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ…
Read More- November 8, 2023
মৰিগাঁও জিলাৰ মৰি মুছলমান গাঁৱত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ, কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মুল্লাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য
মৰিগাঁও জিলাৰ মৰি মুছলমান গাঁৱত বুধবাৰে উপস্থিত হয় সাংসদ প্ৰদ্যুত বৰদলৈ। সাংসদগৰাকীয়ে কংগ্ৰেছৰ বিধায়ক আফতাবুদ্দিন মুল্লাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে৷ আফতাবুদ্দিন মুল্লাক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয় যে…
Read More- November 7, 2023
লখিমপুৰত ভূপেন বৰা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা সাংসদ প্ৰদান বৰুৱাৰ
লখিমপুৰৰ লালুকত ভূপেন বৰা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰে সাংসদ প্ৰদান বৰুৱাই। জিলাখনৰ নৱ গঠিত ৭৪ নং ৰঙানদী সমষ্টিৰ লালুকত সাংসদ প্ৰদান বৰুৱাই গণ সমাবেশৰ মঞ্চৰ পৰা…
Read More- November 6, 2023
সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল
এআইইউডিএফ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসম তৃণমূল যুৱ কংগ্ৰেছে মহানগৰীৰ হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে। সাম্প্ৰদায়িক মন্তব্যৰে আজমলে হিন্দু-মুছলমানৰ নামত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিবলৈ বিচৰাৰ অভিযোগত দাখিল কৰা হৈছে…
Read More- November 4, 2023
উজনিৰ স্বাস্থ্য খণ্ডত নতুন সংযোজন, শিৱসাগৰৰ ডিচাং ৰজাবাৰীত ৩০০ খন বিচনা যুক্ত ‘চ্যুকাফা মাল্টিস্পেচিয়েল্টি হাস্পতাল’ উদ্বোধন
উজনিৰ স্বাস্থ্য খণ্ডত নতুন সংযোজন। শিৱসাগৰ জিলাৰ ৰজাবাৰীত শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয় ‘চ্যুকাফা মাল্টিস্পেচিয়েল্টি হাস্পতাল’। অ’এনজিচিৰ চি এছ…
Read More- October 28, 2023
নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজস্থান কংগ্ৰেছত তীব্ৰ জোকাৰণি ৷ কংগ্ৰেছ নেত্ৰী জ্যোতি খাণ্ডেলৱালৰ বিজেপিত যোগদান ৷
জয়পুৰৰ প্ৰাক্তন মেয়ৰ খাণ্ডেলৱাল শচীন পাইলটৰ ঘনিষ্ঠ ৷২০১৯ ত জয়পুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল খাণ্ডেলৱাল ৷এইবাৰ হাৱামহল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল খাণ্ডেলৱাল ৷
Read More