sangbad lahar logo

Crime News

  • November 14, 2023

হাটশিঙিমাৰিৰ ফুলেৰচৰত এডোখৰ মাটিকলৈ দুই ফৌদৰ মাজত প্ৰচণ্ড মাৰপিট

হাটশিঙিমাৰিৰ ফুলেৰচৰত এডোখৰ মাটিকলৈ দুই ফৌদৰ মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয়। কেইবাজনো পুৰুষ-মহিলাই হাতে-হাতে লাঠি, দা, দমকল আৰু আন আন সামগ্ৰী লৈ প্ৰচণ্ড মাৰপিটত লিপ্ত হোৱাৰ সমগ্ৰ দৃশ্য বন্দী হয়…

Read More
  • November 12, 2023

বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি, কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ নেতা মৃণাল তালুকদাৰ আৰু পলাশ দাসৰ

সৰভোগ পৌৰসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী অঞ্জলি দাসৰ গুণ্ডাগিৰি। বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সোমাই প্ৰহাৰ কৰিলে ছাত্ৰ নেতাক। কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ নেতা মৃণাল তালুকদাৰ আৰু পলাশ দাসৰ।…

Read More
  • October 17, 2023

মৰিগাঁৱত আৰক্ষীৰ জালত পৰিল MBBS মুন্না ভাই  । কোন এই মুন্না ভাই ?  সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

কিছু সময় পূৰ্বে গৰৈ মাৰি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা ভুৱা ডক্টৰ । ভুৱা ডক্টৰজনৰ নাম নাজিৰুল ইছলাম । মৰিগাঁওৰ কেইবাখনো ফাৰ্মাছিত দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আছিল ভুৱা…

Read More
  • October 6, 2023

ভগদত্তপুৰৰ অধ্যাপিকাৰ ঘৰত শিশু শ্ৰমিকৰ নিৰ্যাতনক লৈ মুখ খুলিছে জিলা শিশু সুৰক্ষা বিষয়াই । কি কি তথ্য পোৱা গৈছে ৰিপৰ্টত । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

ভগদত্তপুৰৰ প্ৰিয়া Exotica apartment ত পোৱা গৈছিল শিশুটি । ঘৰুৱা শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অত্যাচাৰ কৰি আহিছিল শিশুটিক । জিলা দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰিলে Child Line  য়ে । চিকিৎসকে…

Read More
  • August 8, 2023

মঙলদৈত নিশা দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে ব্যৱসায়ীক প্ৰতিষ্ঠান । 

মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ বিদুল আলি নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মাচীত পেট্ৰ’ল ঢালি জুই লগাই দিলে দুস্কৃৰ্তিকাৰীয়ে ৷ CC টিভিত বন্দী দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ সমগ্ৰ দৃশ্য ৷ প্ৰতিষ্ঠানখন সম্পূৰ্ণ…

Read More
  • July 18, 2023

জুৰীয়াত পুনৰ গুলিচালনাৰ ঘটনা । দিন দুপৰতে গুলি চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতি । লুটি লৈ গ’ল ২ লাখ ৮৭ হাজাৰ টকা । উদ্ধাৰ কৰা হৈছে গুলিৰ খালী কাৰ্টিজ ।

জুৰীয়াৰ দগাৱঁৰ শিঙিয়া পথাৰত এই ঘটনা । আবুল বাছাৰ নামৰ এজন SBI ৰ CSP ৰ স্বত্বাধিকাৰীক দুই পিষ্টলধাৰী ডকাইতে দিন দুপৰতে পালছাৰ বাইকেৰে আহি পথ আগুছি ধৰি গুলি ফুটাই সংঘটিত…

Read More
  • July 12, 2023

লাংকাচি ৰবৰবাৰী গাঁৱত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । হত্যা কৰিলে সমবয়সীয়াই ।

মঙ্গলবাৰে নিশা তিনিচুকীয়া জিলাৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ৰবৰবাৰী গাঁৱৰ ৩৫ বছৰীয়া লোকক চোকা অস্ত্ৰৰে হত্যা । মৃত লোকজনৰ নাম বাদলু মুড়া । জানিব পৰা মতে, একেলগে ঘূৰি ফুৰা সমবয়সৰে…

Read More
  • June 8, 2023

ক্ষেত্ৰী থানাৰ অন্তৰ্গত বংগালবৰীত লোমহৰ্ষক হত্যাকাণ্ড । দাৰে ঘপিয়াই হত্যা ৬০’ৰ উৰ্ধৰ বৃদ্ধাক ।

৬০’ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধাৰ হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ঘটনাৰ বিৱৰণ অনুসৰি সৰস্বতী ডেকা নামৰ ৬০’ৰ উৰ্দ্ধৰ মহিলাগৰাকীৰ ঘৰত কাম কৰা বনুৱা হিচাপে থকা অমৰ বৈশ্য…

Read More
  • April 11, 2023

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড । স্বামীয়ে ডেগাৰেৰে খুছি হত্যা কৰে  নিজ পত্নীক ।

মৃত মহিলা গৰাকীৰ নাম ভৱানী দাস । পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । পুত্ৰ বোৱাৰী ঘৰত নথকাৰ সুযোগতে হত্যাকাণ্ড সংঘটিত কৰে স্বামী সমীন দাসে । সম্প্ৰতি কঞাঁ…

Read More
  • March 6, 2023

যোৰাবাট আৰক্ষীৰ জালত চাৰিজনীয়া ডকাইতৰ দল

বাৰমাইলৰ এগৰাকী মহিলাই দিয়া অভিযোগৰ ভিত্তিত যোৰাবাটৰ লগতে মহানগৰীৰ ভিন্ন স্থানৰ পৰা আটক কৰে চাৰিজনীয়া ডকাইতৰ দলটোক । ধৃত ডকাইতকেইটা সোণাপুৰৰ গৌতম মেধি, বশিষ্ঠৰ অশোক সাহ ওৰফে বিকি, নলবাৰীৰ প্ৰণৱ…

Read More