- March 29, 2023
হাওৰাঘাটত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১২ জন অসুস্থ।
চাউমিন খাই হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পাঁচজন ছাত্ৰ আৰু সাতজন শিক্ষক-শিক্ষয়িত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰে।বিদ্যালয়ৰ এটি প্ৰজেক্টৰ কামত ব্যস্ত এইসকল ছাত্ৰ, শিক্ষক আৰু নিকেতনৰ অন্যান্য কৰ্মচাৰীসকল।দুপৰীয়া ভোক লগাত হাওৰাঘাট বজাৰৰ…
Read More- March 11, 2023
ডেকাকালতে ক’ৰ’নাৰী হাৰ্ট ডিজিজত মৃত্যু হোৱা লোকৰ সংখ্যা কিয় বৃদ্ধি পাইছে ? জানোঁ আহক ইয়াৰ প্ৰকৃত কাৰণ ।
শাৰীৰিক নিষ্ক্ৰিয়তাৰ আশংকা বৃদ্ধি পায় ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ গৱেষকসকলে কয় যে যোৱা দশকত বিশ্বত যিদৰে হৃদৰোগ অভাৱনীয়ভাৱে বৃদ্ধি হোৱা দেখা গৈছে, সেয়া এক চিন্তাৰ বিষয় । যদি আমি ইয়াৰ কাৰণবোৰ…
Read More- March 4, 2023
মেকআপ কৰোঁতে সাৱধান হওঁক ; মেকআপে লব পাৰে আপোনাৰ জীৱন
প্ৰায়বোৰ অনুষ্ঠানতে দেখা যায় আজিকালি মেকআপৰ প্ৰয়োভৰ । কিন্তু এই মেকআপ কৰোঁতে সাৱধান হওঁক সকলো । এই মেকআপে আপোনাৰ জীৱনটো কৰি তুলিব পাৰে পংগু । এনে এক ঘটনা সংঘটিত হৈছে…
Read More- February 9, 2023
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালক গ্ৰেপ্তাৰ।
অধীক্ষকৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ নৱদীপ বৰা নামৰ দালালটোক। এজনৰ পৰা ৰোগীৰ পৰীক্ষাৰ নামত লৈছিল ১০ হাজাৰ টকা। লোকজনে অভিযোগ দিছিল অধীক্ষক অভিজিৎ শৰ্মাক। নৱদীপৰ লগতে বাণীকান্ত দাস নামৰ ৱাৰ্ড বয়জনকো গ্ৰেপ্তাৰ।…
Read More- February 4, 2023
আজি বিশ্ব কৰ্কট ৰোগ দিৱস।
যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলে বিশ্ব কৰ্কট দিৱস ৰোগ উপলক্ষে এক বিশাল ৰেলীৰ আয়োজন কৰে। কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত আয়োজন কৰা এই সজাগতা ৰেলী কেঞ্চাৰ হস্পিটেলৰ পৰা উলিয়াই যোৰাবাট আৰক্ষী…
Read More- February 2, 2023
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। দীৰ্ঘদিন ধৰি ভৰ্তি হৈ আছিল জি এম চি এইছৰ আই চি ইউত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৭ বছৰ।
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কলিজা আইতাই। দীৰ্ঘদিন ধৰি ভৰ্তি হৈ আছিল জি এম চি এইছৰ আই চি ইউত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৭ বছৰ।
Read More- January 31, 2023
জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ অসুস্থ। মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে আচুৰ্য্য বৰপাত্ৰক।
উল্লেখযোগ্য যে, বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, শিল্পীজনক হেল্থ চিটি হস্পিতালত ডাঃ…
Read More- January 29, 2023
ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা দুৰ্বৃত্তৰ।
নিজা বাহনৰ পৰা নামি অহাৰ সময়তেই গুলীচালনা কৰে মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি। বুকুত গুলী লগাৰ বাবে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন মন্ত্ৰীগৰাকী। অচিনাকী দুৰ্বৃত্তই কৰা গুলীচালনাৰ মূল কাৰণ এতিয়ালৈ জানিব পৰা হোৱা…
Read More- January 28, 2023
আজি অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে ১২০৮ গৰাকী প্ৰাৰ্থীক।
আজি অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে ১২০৮ গৰাকী প্ৰাৰ্থীক। ১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ। অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই…
Read More- December 23, 2022
বৃহস্পতিবাৰে অসম সচিবালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কোভিডক লৈ এক পৰ্যালোচনা বৈঠকত মিলিত।
এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আইএএছ বাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্রিয়া, আইএএছ স্বাস্থ্য সেবা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীল…
Read More