sangbad lahar logo

Games

  • June 2, 2023

নেপালত অনুষ্ঠিত হোৱা 9th  আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় অসম তথা মৰিগাঁও জীয়ৰী ৰুলাক্ষী শৰ্মাই ।

অসম তথা মৰিগাঁৱৰ এগৰাকী যুৱতী ২০১৬ চনৰ পৰাই নিজৰ অদম্য সাহসৰ লগতে নিজৰ কষ্টৰ বলত সমৰ কলাত জিলা পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়িবলৈ সক্ষম হৈছে । অসমৰ লগতে অসমৰ বাহিৰটো…

Read More
  • May 31, 2023

লখিমপুৰৰ বগিনদীত ১৬ তম্ উকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ খেলুৱৈয়ে ২৭ টা পদকৰে বৃহৎ সফলতা লাভ কৰে ।

২৭ আৰু ২৮ মে’ত অনুষ্ঠিত কাৰটে প্ৰতিযোগিতাত খেলুৱৈসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ সৰ্বমুঠ ২৭ টা পদকেৰে জিলাখনৰ খেলৰ সুনাম অক্ষুণ্ণ ৰাখিলে । সোণৰ পদক তন্বিৰ সোনোৱাল, নিৰ্মলা…

Read More
  • February 10, 2023

বল টেম্পাৰিং বিতৰ্কত নাম সাঙোৰ খাইছে ৰবীন্দ্ৰ জাদেজাৰ।

BGT শৃংখলাৰ প্ৰথম টেষ্টৰ প্ৰথম দিনটোতে চৰ্চাত ৰবীন্দ্ৰ জাদেজা। জাদেজাৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দিনটোতে জাদেজাই দখল কৰিছিল ৫ উইকেট। মেচখনৰ এটা ভিডিঅ’ ভাইৰেল…

Read More
  • December 19, 2022

অপেক্ষাৰ অন্ত পেলাই আৰ্জেন্টাই জয় লাভ কৰিছে ফিফা বিশ্বকাপ ২০২২ত।

ফুটবল বিশ্বকাপৰ সোণালী ট্রফীত চুম্বন মেছি বাহিনীৰ।অৱশেষত ফিফা বিশ্ব কাপ ২০২২ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল আৰ্জেন্টিনা। দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বকাপত জয়লাভ কৰিলে মেছি বাহিনীয়ে । তৃতীয় বাৰৰ বাবে বিশ্বকাপ…

Read More
  • December 14, 2022

ক্ৰোৱেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ।

তিনিওটা গ’লৰ ১ টা গ’ল দিয়ে মেছিয়ে। মেচখনৰ প্ৰথমাৰ্ধৰ ৩৪ মিনটত প্ৰথমটো, ৩৯ মিনিটত দ্বিতীয়টো গ’ল হোৱাৰ বিপৰীতে তৃতীয়টো গ’ল হয় দ্বিতীয়াৰ্ধৰ ৬৯ মিনিটত।

Read More
  • December 11, 2022

বিশ্বকাপ ফুটবলৰ ইতিহাসত প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰবেশ মৰক্কোৰ।

বিশ্বকাপ ফুটবলৰ ইতিহাসত প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰবেশ মৰক্কোৰ। মৰক্কোই ১-০ গ’লত পৰাস্ত কৰে শক্তিশালী পৰ্তুগালক। ছেমি ফাইনেলত ফ্ৰান্সৰ মুখামুখি হ’ব মৰক্কো।

Read More
  • December 10, 2022

ঈশান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ।

ঈশান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ। এদিনীয়া ইতিহাসৰ দ্ৰুততম দ্বিশতক অৰ্জন ঈশান কিষানে। বিশ্ব ক্ৰিকেটত সকলোতকৈ দ্ৰুত গতিত দ্বিশতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰিলে ঈশান কিষাণে। মাত্ৰ ১২৬…

Read More
  • December 7, 2022

শুকুৰবাৰে মাজনিশা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ড হ’ব মুখামুখি।

নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল। আনহাতে, মেছিৰ আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অন্তিম আঠত প্ৰৱেশ কৰিছে। দুয়োখন দেশ আকৌ এবাৰ বিশ্ব মঞ্চত মুখামুখি হ’ব। ইয়াৰ পূৰ্বে দুবাৰকৈ…

Read More
  • December 1, 2022

বিজয় হাজাৰে ট্রফীত অসমৰ দললৈ পুৰস্কাৰ ঘোষণা।

অসমৰ দলৰ খেলুৱৈলৈ ২৫ লাখ টকাকৈ ঘোষণা।অসম দলৰ চাপৰ্ট ষ্টাফলৈ ১০ লাখ টকা ঘোষণা।ঘোষণা কৰিলে অসম ক্রিকেট সন্থাই।

Read More
  • November 30, 2022

ভাৰতীয় মহিলা হকী দলত স্থান লাভ অসমৰ মুনমী দাসৰ। মুনমী দাসে জুনিয়ৰ বিশ্বকাপ হকীত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব।

ভাৰতীয় মহিলা হকী দলত স্থান লাভ অসমৰ মুনমী দাসৰ। মুনমী দাসে জুনিয়ৰ বিশ্বকাপ হকীত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব।

Read More