sangbad lahar logo

Book

  • October 16, 2023

ডিগবৈত ত্ৰৈমাসিক আলোচনী ‘স্ৰোতস্বিনী’ উন্মোচন ।

ডিগবৈ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চল গোলাইৰ “গুণ গুণ মইনা পাৰিজাতে” সাহিত্য চৰ্চাৰ বাবে ধাৰাবাহিকভাৱে ত্ৰৈমাসিক আলোচনী ‘স্ৰোতস্বিনী’ প্ৰকাশ কৰি আহিছে । এই তিনিমহীয়া আলোচনী ‘স্ৰোতস্বিনী’ৰ চতুৰ্থ সংখ্যাটো দেওবাৰে ২নং গোলাই নামঘৰৰ প্ৰাঙ্গণত…

Read More
  • September 11, 2023

আজি গুৱাহাটীৰ “হোটেল লিলি”ত জ্ঞানপীঠ বঁটালৈ মনোনীত ড: এন গোপীৰ “জলগীতম” নামৰ কবিতাপুথিখনি অসমীয়ালৈ অনুবাদ কৰা লেখিকা পূৰবী বৰাৰ “নীৰগীত”ৰ শুভ উন্মোচন । উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্য্য কুমাৰ হাজৰিকাই ।

নীৰগীত উন্মোচন কৰি তেখেতে কয় –অসমীয়া অনুবাদ সাহিত্যিলৈ ই এক উল্লেখনীয় সংযোজনেই নহয় , এক উল্লেখনীয় অৱদান । উন্মোচনী সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: ধ্ৰুৱজ্যোতি বৰা,…

Read More
  • September 10, 2023

জাগীৰোড শাখা সাহিত্য সভাৰ তোৰণ আৰু খগেন চন্দ্ৰ দাসৰ দুখন গ্ৰন্থ “জীৱনৰ ধূসৰিত পৃষ্ঠা “ আৰু “সাই ব্ৰতকথা “ উন্মোচন কৰে সাহিত্যিক ড° নৱকান্ত বৰদলৈয়ে ৷

জাগীৰোড শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ তোৰণ আৰু গ্ৰন্থ উন্মোচন হয় ৰবিবাৰে ৷ প্ৰয়াত  ভদ্ৰৰাম দাস আৰু আদিত চন্দ্ৰ কলিতাৰ সোঁৱৰণিত নিৰ্মিত তোৰণখন উন্মোচন কৰে সাহিত্যিক ড° নৱকান্ত বৰদলৈয়ে ৷ ইয়াৰ…

Read More
  • September 8, 2023

ডিগবৈত শিক্ষাবিদ পূৰ্ণকান্ত শইকীয়াৰ স্মৃতিত “বটবৃক্ষ” উন্মোচন ।

ভকত বৈষ্ণৱৰ উপস্থিতত ডিগবৈ ১নং বৰবিলৰ জ্যেতিনগৰস্থিত শিক্ষাবিদ প্ৰয়াত পূৰ্ণকান্ত শইকীয়াৰ বাসগৃহত অনুষ্ঠিত হয় । আদ্যশ্ৰাদ্ধত শিক্ষাবিদগৰাকীৰ স্মৃতিত মমী বৰঠাকুৰে সম্পাদনা কৰি উলিওৱা স্মৃতিগ্ৰন্থ বটবৃক্ষ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা…

Read More
  • June 18, 2023

মঙলদৈত ৰমেশ চন্দ্র ডেকাৰ “হৃদয়ৰ স্পন্দন” কবিতা পুথি উন্মোচন ।

অসম আন্দোলনৰ এগৰাকী অগ্রণী নেতা তথা প্রৱল জাতীয়তাবাদী মনৰ ব্যক্তি ৰমেশ চন্দ্র ডেকাৰ প্রথম কবিতাপুথি “হৃদয়ৰ স্পন্দন” আজি মঙলদৈ প্রেছ ক্লাৱৰ সভাগৃহত লোক সংস্কৃতিৰ গৱেষক ,পণ্ডিত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক…

Read More
  • May 29, 2023

“ কবিকন্ঠৰ কল্লোল” কাব্য পত্ৰিকা উন্মোচন ।

ৰহাৰ সমীপৱৰ্তী সাহিত্যৰথী  লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি মধ্য অসম চিৰ সুন্দৰসেৱী সাহিত্য কাননৰ উদ্যোগত সাহিত্য কাননৰ দ্বিতীয় প্ৰকাশ কাব্য পত্ৰিকা কবিকন্ঠৰ কল্লোল উন্মোচন হয় । আঁহতগুৰিস্থিত…

Read More
  • April 24, 2023

গহপুৰ কাৰিবিলত “শাশ্বত” কবিতা পুথি উন্মোচনী সভা ।

গহপুৰ কাৰিবিল হাইস্কুল প্ৰেক্ষাগৃহত এখনি কবিতা পুথি উন্মোচনী সভা অনুষ্ঠিত হৈ যায় । কাৰিবিল অঞ্চলৰ বিশিষ্ট লেখিকা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু বৰা ভূঞাৰ কলমৰ ফাকেৰে সৃষ্টি হোৱা “শাশ্বত” কবিতা পুথি…

Read More
  • April 2, 2023

বৰগাং মিলনপুৰৰ সাৰ্বজনীন দুৰ্গাপূজাৰ ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ “কল্যাণী” উন্মোচন ।        

১৯৯৫ চনৰ পৰাই বৰগাং মিলনপুৰত সাৰ্বজনীন দুৰ্গাপূজাৰ আৰম্ভ কৰা হৈছিল । ২০১৯ চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিল । কিন্তু বিশ্বত দেখা দিয়া কৰুণা মহামাৰীৰ বাবে স্মৃতি গ্ৰন্থ প্ৰকাশ…

Read More
  • March 24, 2023

আজি মোৰ বাবে এটা বিশেষ দিন । কিছুমান কাম কৰিবলৈ পালে অন্তৰে শান্তি পায় । জী উঠিবলৈ, সেউজীয়া হৈ থাকিবলৈ, সেউজীয়া কৰি ৰাখিবলৈ সাহস পাওঁ । এনেদৰে কন্ঠশিল্পীগৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰিলে ছ’চিয়েল মিডিয়াত ।

 ধ্ৰুৱজ্যোতি দাস নামৰ এইগৰাকী প্ৰতিভাৱান যুৱকক সহায় কৰিবলৈ আগবাঢ়ি আহিল তেওঁ । প্ৰকাশ পালে ‘মৰম প্ৰকাশন’ৰ দ্বাৰা ধ্ৰুৱৰ ‘এমুঠি হৃদয়ৰ কবিতা’ । ধ্ৰুৱৰ এইখন চতুৰ্থ কবিতা সংকলন । উপস্হিত থাকিল…

Read More