হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সাফল্য….

এইবেলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুৰান্ত পৰীক্ষাত উক্ত বিদ্যালয়ৰ পৰা কলা শাখাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পায় পাই ১০০% উত্তীৰ্ণৰে প্ৰতিষ্ঠান খনে ৰেকৰ্ড গঢ়িছে,জিলা খনৰ ভিতৰত শতকৰা ৮৮% শতাংশ সৰ্বাধিক নম্বৰ পাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আন দুজনে ডিছটিনশন নম্বৰ পাইছে আৰু আন এজনে বিজ্ঞান শাখাত ৮৪% নম্বৰ … Read more