- February 15, 2022
মঙলবাৰৰ পৰা আৰম্ভ হব স্বাভাৱিক জীৱন। নাথাকে কোভিড নিষেধাজ্ঞা।
নিউজ ডেস্কঃ মঙলবাৰৰ পৰা ৰাজ্যত নাথাকে কোনোধৰণৰ কোভিড নিষেধাজ্ঞা। এক নিৰ্দেশনা যোগে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে এই কথা। মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ। নৈশ সান্ধ্য আইন…
Read More- January 19, 2022
মঙলবাৰৰ দিনটোত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ মুঠ ৮ জন শিক্ষকৰ দেহত ধৰা পৰিল কোভিডৰ উপস্থিতি ৷
ক্ৰমান্বয়ে গণ সংক্ৰমণৰ দিশে দৰং জিলা ৷ মঙলবাৰৰ দিনটোত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ মুঠ ৮ জন শিক্ষকৰ দেহত ধৰা পৰিল কোভিডৰ উপস্থিতি ৷ বিদ্যালয়খনত মঙলবাৰৰ দিনটোত পাঠ গ্ৰহন কৰা…
Read More- January 5, 2022
কোভিডৰ গণসংক্ৰমণ আই আই টি গুৱাহাটীত ।
নিউজ ডেস্কঃ আই আই টি গুৱাহাটীত কোভিডৰ গণসংক্রমণ।অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।আক্রান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী।বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰা হৈছে শিক্ষাপ্রতিষ্ঠানখনত।আই আই টিত নিৰ্মাণ কৰা…
Read More- December 11, 2021
অসম পালেহি কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন, তেজপুৰত ধৰা পৰিছে সংক্ৰমণ।
কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্রান্ত ৰোগীজনৰ নাম সূৰ্য বাহাদুৰ তামাং।শোণিতপুৰৰ বালিপৰাৰ বুঢ়াগাঁও চাপৰিত ধৰা পৰিছে এই ৰোগীজন।ৰোগীজন চৌদি আৰৱত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।
Read More- November 12, 2021
পৰীক্ষাৰ পূৰ্বেই কৰ’নাক্ৰান্ত ২২ শিক্ষাৰ্থী সংক্ৰমণ অব্যাহত শিৱসাগৰত!
ক’ভিডে পুনৰ শংকাৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত৷ শিৱসাগৰৰ নামতিৰ দিকচু অঞ্চলৰ ‘দিকচু উচ্চ মাধ্যমিক বিদ্যালয়’ত বৃহস্পতিবাৰে দুগৰাকীকৈ শিক্ষকৰ দেহতো ক’ভিডৰ উপস্থিতিয়ে দেখা দিয়াৰ পাছতে আজি পুনৰ ২২ গৰাকী ছাত্র-ছাত্ৰীৰ দেহত…
Read More- November 9, 2021
ক’ভিডত মৃত্যু হ’ল স্বামীৰ, চৰকাৰৰ সাহাৰ্য্য বিচাৰি হাহাকাৰ কৰিছে এগৰাকী মহিলাই।
ক’ভিডত আক্ৰান্ত হৈ কোনো ব্যক্তিৰ মৃত্যু হ’লে মৃত ব্যক্তিৰ পৰিয়ালে আঢ়ৈ লাখ টকাৰ সাহাৰ্য পাব বুলি ঘোষনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্ত, এই সাহাৰ্য বিচাৰি গৈ এতিয়া হাহাকাৰ…
Read More- October 30, 2021
বাইহাটাৰ নিকটৱৰ্তী দগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কোভিডত আক্রান্ত।
ৰাজ্যত পুনৰ কোভিডৰ আতংক।দৈনিক বৃদ্ধি পাব ধৰিছে কোভিডত আক্ৰান্তৰ হাৰ।সুদীৰ্ঘ ২০ মাহৰ পিছত খুলিবলৈ লোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰী কোভিডত আক্ৰান্ত হোৱা দেখা গৈছে।বাইহাটাৰ নিকটৱৰ্তী দগাওঁ উচ্চতৰ মাধ্যমিক…
Read More- August 17, 2021
কোভিড-19: অসমে কাৰফিউৰ সময় শিথিল কৰে, আন্তঃ-জিলা চলাচলৰ অনুমতি দিয়ে
ৰাজ্যখনৰ বাবে সংশোধিত কোভিড-19 এছঅ’পি অনুসৰি কামৰূপ মেট্ৰ’পলিটান জিলাৰ বাহিৰে যাত্ৰীসকলৰ কাৰফিউৰ সময় শিথিল কৰা হৈছে আৰু আন্তঃজিলা চলাচলৰ অনুমতি দিয়া হৈছে, অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে কয়। নতুন…
Read More- July 27, 2021
গোৱালপাৰাত মন্ত্ৰী অজন্তা নেওগৰ কোভিডত স্বামীহাৰা মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদানঃ অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন….
সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে কোভিডত স্বামীহাৰা হোৱা জিলাখনৰ ২৪ গৰাকী…
Read More- July 27, 2021
প্ৰকাশ পালে নতুন SOP
.নতুন SOP অনুসৰি গোলাঘাট, লখিমপুৰত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন ব্যৱস্থা।.কোভিড পৰিস্থিতি উন্নত হোৱা যোৰহাট, বিশ্বনাথ, শোণিতপুৰত শিথিল কৰা হৈছে লকডাউন । .যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত দিনৰ ২ বজাৰ পৰা…
Read More