sangbad lahar logo

Agriculture

  • February 7, 2023

অৱশেষত মৃত্যু হ’ল গোলাঘাটৰ গঁড়টোৰ৷

যোৱা ৫ দিন ধৰি দেৰগাঁও-গোলাঘাটত বিচৰণ কৰিছিল গঁড়টোৱে৷ গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷ ৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ…

Read More
  • February 1, 2023

অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম।

বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে। চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা বুলি মন্তব্য সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অৱশেষত বেদখলমুক্ত…

Read More
  • December 20, 2022

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ।

নিশা গোৱালপাৰাৰ লক্ষীপুৰত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হ’ল এজন লোকৰ। নিহত লোকজনৰ নাম মাৰ্ছেল চাংমা। জানিব পৰা মতে নিশা পহৰা দি থকাৰ অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে মাৰ্ছেল চাংমাক। ফলত তেওঁৰ…

Read More
  • December 4, 2022

নলবাৰী জিলাৰ কৃষকৰ বাবে আহিল সুখবৰ।

টিহু বজালী কৃষি বিকাশ আৰু উৎপাদক গোটৰ অধীনত নলবাৰীৰ টিহুত দেওবাৰে মুকলি হ’ল বৃহত্‍ ধান কল। স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ফিটা কাটি উদ্বোধন কৰিলে ধান…

Read More
  • November 30, 2022

পশ্চিম গুৱাহাটীৰ গড়গৰাত কৃষক সভা অনুষ্ঠিত ধান কটা মেচিন প্ৰদৰ্শন কৃষক ৰাইজক।

বুধবাৰে কামৰূপৰ জিলাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাত অসম চৰকাৰৰ কৃষি বিভাগৰ কামৰূপ জিলা অফিচৰ উদ্যোগত তথা পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সহযোগত এখনি কৃষক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত…

Read More
  • October 12, 2022

মৰিয়নীত ৰে’লৰ খুন্দাত আহত হাতীটোৰ মৃত্যু।

মৰিয়নীত ৰে’লৰ খুন্দাত আহত বন্য হাতীটোৰ মৃত্যু। প্ৰায় ৪০ ঘন্টা মৃত্যুৰে যুঁজাৰ পাছত মৃত্যু হাতীটোৰ। ৪০ ঘন্টা নদীৰ পানীতেই পৰি ককবকাই আছিল হাতীটো। কিন্তু আজি পুৱতি নিশা মৃত্যুৰে হাৰ মানিলে…

Read More
  • October 11, 2022

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য।

উদুলি মুদুলি পবিতৰাৰ বাকৰি।মায়ঙৰ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভুমি পবিতৰা অভয়াৰণ্য আজিৰে পৰ্যাটকৰ বাবে মুকলি কৰে।মুকলি কৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।

Read More
  • October 10, 2022

ট্ৰাকৰ খুন্দাত শনিবাৰে আঘাট প্ৰাপ্ত হোৱা গঁড়টো বিছাৰি বন বিভাগৰ অভিযান অব্যাহত।

কহঁৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এই অভিযান।সোমবাৰে পুৱাৰে পৰা কাজিৰঙা বন বিভাগ হাতী লক্ষীমাইৰ নেতৃত্বত অভিযান আৰম্ভ।লগত আছে বনবিভাগৰ সাহসী হাতী লক্ষীপ্ৰসাদ আৰু হৰিপ্ৰসাদ।দ্ৰোণৰ জড়িয়তেও সন্ধান চলাইছে বন বিভাগে।

Read More
  • September 14, 2022

এৰি পলু পালনেৰে মহিলা সৱলীকৰণত আৰু এখোজ।গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়িলে বাক্সাৰ দহ গৰাকী বড়ো মহিলাই।

পলু পালন আৰু মিশ্ৰিত কৃষিকৰ্মেৰে উজলি উঠিছে বাক্সাৰ দহ গৰাকী বড়ো মহিলা ৷ আত্মসহায়ক গোটৰ জড়িয়তে এই সকল মহিলাই বছৰেকত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷ মাইনাওশ্ৰী আত্মসহায়ক গোটৰ…

Read More
  • August 25, 2022

পশ্চিম কামৰূপৰ দুই বন বিষয়াৰ ধাৰাবাহিক অভিযানে নিদ্ৰাহৰণ কৰিছে চোৰাং ব্যৱসায়ীৰ।

চোৰাং ব্যৱসায়ী চক্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ-পশ্চিম কামৰূপ এলেকাৰ বনজ সম্পদৰ ওপৰত অবাধ লুণ্ঠন যজ্ঞ চলাই গঢ়ি তুলিছে বনজ সম্পদৰ ক’লা সাম্ৰাজ্য ৷ বন বিভাগেও এই সাম্ৰাজ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত…

Read More