sangbad lahar logo

সাংস্কৃতিক

  • April 12, 2023

বিহুৰ বিশ্ব ৰেকৰ্ডৰ দিন বাতিল । ১৪ তাৰিখৰ বিপৰীতে ১৩ তাৰিখে প্ৰদৰ্শন কৰা হ’ব অনুষ্ঠানৰ…

এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত ।

Read More
  • April 12, 2023

মঙলদৈত অনুষ্ঠিত বহাগী মেলাত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । বহাগী মেলাত উপস্থিত হৈ বিহু দলৰ সৈতে এপাক কঁকাল ঘূৰাই নাচিলে প্ৰস্তুতিয়ে ।

লগতে মেলাত উপস্থিত একাংশৰ সৈতে চেল্ফি উঠাও পৰিলক্ষিত হ’ল অভিনেত্ৰী গৰাকীক । তেখেতক হঠাৎ মেলাত পায় আনন্দত আবেগিক হৈ পৰিল একাংশ মহিলা । অসম চৰকাৰে অসমীয়া শিপিনীৰ দ্বাৰা তাঁতত বোৱা…

Read More
  • April 10, 2023

হেৰাই যাবলৈ ধৰা পুৰণি ঐতিহ্যৰ পৰম্পৰা, গছ তলৰ জেং বিহুৰ আখৰাত ব্যস্ত ডিগবৈৰ মহিলাসকল..

পদূলি মুখত হেপাঁহৰ ব’হাগৰ বিহু । বিহুলৈ মাজত মাথোঁ আৰু কেইটিমান দিন বাকী । সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহু নাচ আৰু বিহু বাদ্যৰ আখৰাৰ ব্যাপক প্ৰস্তুতি । অসমীয়াৰ স্বাভিমান…

Read More
  • April 8, 2023

সত্ৰনগৰী ৰামদিয়াত ৰামদিয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাৰ সফল সমাপ্তি…

হেঁপাহৰ বিহুটি পদূলি মুখত । গছত নতুন কুঁহিপাতৰ লগতে কুলিৰ মাতে দিছে বিহুৰ বতৰা । বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি । ইয়াৰ সমান্তৰালকৈ কামৰূপ জিলাৰ…

Read More
  • April 6, 2023

কাৰ্বি পাহাৰত ৰঙালীৰ উছাহ…

কুলি কেতেকীৰ অমিয়া মাতত প্ৰকৃতিৰ বুকুলৈ আগমন ঘটিছে ঋতুৰাজ বসন্তৰ । বসন্তৰ আগমনৰ লগে লগেই ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে দেখা গৈছে ৰঙালীক আদৰাৰ ব্যাপক উচাহ আৰু উদ্দীপনা । ৰঙালীক আদৰাৰ বাবে এতিয়া…

Read More
  • April 5, 2023

মঙ্গলদৈত বোৱাৰীসকলৰ জেং বিহুৰ আখৰা …

বহাগত এপাক নাচিবলৈ ডেকা বুঢ়া সকলোৰে মন  ।  নাচনী , ঢুলীয়া, বিহুৱা সকলো  ব্যস্ত এতিয়া বিহুৰ আখৰাত । গাঁৱৰ ডেকা গাভৰুৰ সমান্তৰালকৈ মঙ্গলদৈৰ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত দেখা গ’ল বোৱাৰীসকলৰ জেং…

Read More
  • April 3, 2023

“কাচা বাদাম”ৰ গায়ক ভুৱন বাদ্যকাৰ এইবাৰ বাংলা ধাৰাবাহিকত ; কোনটো ভূমিকাত তেওঁক দেখা যাব …

ভুৱন ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিল । উপাৰ্জন কৰা টকাৰে তেওঁ দুবৰাজপুৰত নিজাকৈ এটা ঘৰ সাজিলে । বাদাম বিক্ৰেতা ভুৱন বাদ্যকাৰ এইবাৰ পৰ্দাত । ধাৰাবাহিকখনত নায়িকাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি…

Read More
  • April 1, 2023

বিহুলৈ মাজত মাঁথো এটা পষেক । ১৪ এপ্ৰিলত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ব বাপতি সাহোন বিহু । প্ৰতিখন জিলাতে চলিছে বিশ্ব অভিলেখৰ আখৰা । গাঁৱে-ভূঞে, নগৰে-চহৰে সাজু ১২ হাজাৰ নাচনী । গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডলৈ সাজু মাৰ্ঘেৰিটা সমষ্টিৰ ১০০ গৰাকী বিহুৱা-বিহুৱতী ।

মাৰ্ঘেৰিটাৰ বিহুৱা-বিহুৱতীৰ আখৰা পৰিদৰ্শন তিনিচুকীয়া উপায়ুক্ত সপ্নিল পালৰ ৷ তিনিচুকীয়া জিলাৰ ৫টা সমষ্টিৰ পৰা ৫০০শ বিহুৱা-বিহুৱতীয়ে যোগদান কৰিব । আগন্তুক ব’হাগ বিহুৰ দিনা সৰুসজাই ষ্টেডিয়ামত অসমৰ দহ হাজাৰৰো অধিক নাচনীয়ে…

Read More
  • March 31, 2023

নলবাৰী জিলাৰ টিহুৰ নমাটি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাত, নিশা গীত পৰিৱেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে..

নলবাৰী জিলাৰ টিহুৰ নমাটিত চলি থকা বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা শতবৰ্ষ উৎসৱ উদযাপনৰ নিশা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । হাজাৰ হাজাৰ দৰ্শকে গীত  উপভোগ কৰিলে প্ৰিয়শিল্পী…

Read More
  • March 31, 2023

কলিকতাত অনুস্থিত হোৱা দ্বিতীয় আন্ত:ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ বোলছবি  গ’গ আই ত মুখ্য অভিনয় কৰা যতিন খনিকৰে লাভ কৰিছে শ্ৰেষ্ঠ অভিনয়ৰ বঁটা ।

 তিনিদিনীয়াকৈ NIRI9  ৰ উদ্যোগত কলিকতাত অনুস্থিত হৈছিল এই মহোৎসৱ । মহোৎসৱত দেশ বিদেশৰ শতাধিক বোলছবি অংশগ্ৰহন কৰিছিল । লক ডাউনৰ সময়ত সাধৰন ৰাইজে মুখামুখি হোৱা পৰিস্থিতিৰ ওপৰত নিৰ্মান কৰিছিল ছবিখন…

Read More