- May 30, 2023
দৰঙত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ।
এদিনীয়া কাৰ্যসূচীৰে মঙ্গলদৈৰ দৰঙী কলাকৃষ্টিৰ বাকৰিত বৃহত্তৰ অসমীয়া যুৱমঞ্চ দৰং আৰু দৰঙী কলাকৃষ্টিয়ে যুটীয়াভাৱে উদযাপন কৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ । দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰঙী কলাকৃষ্টিৰ দলে বিভিন্ন নৃত্য-গীতৰ…
Read More- May 3, 2023
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমীয়া চলচ্চিত্ৰ ” চন্দ্ৰ সূৰ্য আদি” ।
শ্ৰেষ্ঠ কাহিনী-চিত্ৰনাট্যৰ শিতানত আৰু সম্পাদনা শিতানত ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিলে নাজিৰাৰ শিমলুগুৰিত সম্পাদনা কৰা অসমীয়া চলচ্চিত্ৰ “চন্দ্ৰ সূৰ্য আদি” নামৰ ছবিখনে । অসমীয়া ছবি “চন্দ্ৰ সূৰ্য আদি” য়ে আজি…
Read More- May 2, 2023
৬৩ তম ইটাখোলা কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমাৰোহ সফলতাৰে সম্পন্ন ।
বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি হিচাপে খ্যাত ইটাখোলা অঞ্চলে কালি নিশা সকলো জাতি-জনগোষ্ঠী এক হৈ উদযাপন কৰিলে ৬৩ তম ইটাখোলা ৰঙালী বিহু সমাৰোহ । সন্ধ্যা ৬-৩০ বজাৰ পৰা বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰে…
Read More- April 26, 2023
তিনিচুকীয়া জিলাৰ ডুমডুমাত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন ।
সম্প্ৰতি ব’হাগ বিহুৰ আনন্দ উল্লাসৰ মাজতে ঠায়ে ঠায়ে উদযাপন হৈ আছে বিহু সন্মিলন । তিনিচুকীয়া জিলাৰ মৰাণ অধ্যুষিত অঞ্চলসমূহত এতিয়া মৰাণ জনগোষ্ঠীৰ ৰীতি-নীতিৰে অনুষ্ঠিত হৈ আহিছে গছ তলৰ বিহু আৰু…
Read More- April 24, 2023
নামনি অসমৰ কৃষিজীৱি উৎসৱ হৈছে ভঠেলি উৎসৱ । বাক্সাৰ বৰমাৰ খাৰুৱাজানত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভঠেলি উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ ।
প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন কৰাৰ পিছত ধৰ্মীয় ও সাংস্কৃতিক এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ মাজতে পে পে পে কন্যা কৰিস্মা নাথৰ পে পে পে গীত জুৰিলে শোভাযাত্ৰাত…
Read More- April 20, 2023
খাকী পোছাকত কঁকাল ঘূৰাই এপাক বিহু নাচিলে মহিলা আৰক্ষী বিষয়াই ।
ৰঙালী বিহুত সকলোৰে মন এতিয়া সাতখন আঠখন । কঁকাল ঘূৰাই এপাক নাচিবলৈ সকলোৰে মন । খাৰুপেটীয়াত মাৰোৱাৰী যুৱ মঞ্চৰ ৰজত শাখাই আয়োজন কৰিলে ৰঙালী বিহু । পোন প্ৰথমবাৰ আয়োজন কৰা…
Read More- April 19, 2023
বৰক্ষেত্ৰীৰ তাপা সুতাৰকুছিত ৰঙালী বিহু উদযাপন ৷বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে গাঁওবাসীক ।
নলবাৰী জিলাৰ পূৱ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত তাপা সুতাৰকুছি গাঁৱত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালী বিহু ৷ তাপা সূতাৰকুছি ন-জোৱান সংঘৰ সৌজন্যত ন-জোৱান সংঘৰ বাকৰিত অনুষ্ঠিত ৩২ সংখ্যক…
Read More- April 18, 2023
আজি বহাগৰ চতুৰ্থ দিন । ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ আনন্দ উছাহ । বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে ৰঙালী বিহু ।বড়ো লোকসকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰিছে ।
বিশেষকৈ বড়ো লোকসকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰিছে । মঙলদৈৰ ভকতপাৰা জামুগুৰি গাঁৱত দেখা গল বড়োসকলৰ এক সুন্দৰ…
Read More- April 16, 2023
ৰাজনীতিৰ পৰা কণ্ঠশিল্পীলৈ বি পি এফ নেতা নেৰচন বড়ো । ৰঙালীৰ ৰঙৰ মাজতে অসমীয়া গীতৰ ভিডিঅ মুক্তি পাব নেৰচন বড়োৰ ।
ৰাজনীতিৰ পৰা কন্ঠশিল্পীলৈ নেৰচন বড়ো ৷ বিটিচি বিধান পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিপিএফ নেতা নেৰচন বড়োৰ সুমধুৰ কন্ঠই মোহিত কৰিব আপোনাকো ৷ ইতিমধ্যে বড়োৱে অসমীয়া আৰু বড়ো ভাষাত কেইবাটাও গীত…
Read More