sangbad lahar logo

অসম

  • February 18, 2024

দুলীয়াজানত আৰক্ষীৰ ড্ৰাগছৰ ঘাটি উৎখাত ।

তিনি ড্ৰাগছ পেডলাৰসহ নগদ ধন ,ড্ৰাগছ,যৌন সম্ভোগত ব্যৱহৃত আপত্তিজনক সামগ্ৰী উদ্ধাৰ দুলীয়াজান আৰক্ষীৰ।দুলীয়াজানৰ শুকুটা চাৰিআলিৰ সমীপৰ চানচাইন ধাবাৰ পৰা আটক তিনি ড্ৰাগছ পেডলাৰসহ উল্লেখিত সামগ্ৰীসমূহ ।নিশা দুলীয়াজান আৰক্ষীয়ে লাভ কৰা…

Read More
  • February 18, 2024

জুৰীয়াৰ উদমাৰীত চিলনী চোৰৰ সন্ত্ৰাস । চলন্ত গাড়ীৰ পৰা সামগ্ৰী লুটপাত কৰে চোৰে । অপৰাধীৰ ৰম্যভূমিত পৰিণত জুৰীয়াৰ উদমাৰী ।

ড্ৰাগছ, জুৱা , মদ আৰু অসামাজিক কাৰ্য্যকলাপে অতিষ্ঠ কৰি তুলিছে জুৰীয়াৰ বিভিন্ন অঞ্চল । জুৰীয়াৰ উদমাৰীৰ একাংশ সমাজ বিৰোধী চক্ৰৰ বাবে উদ্বিগ্ন হৈ পৰিছে সচেতন মহল । শেহতীয়াকৈ উদমাৰীত এদল…

Read More
  • February 13, 2024

ছিপাঝাৰ ফুহুৰাতলীৰ পৰা সন্ধানহীন কিশোৰ । মাজিদুল ইছলাম (১১ ) নামৰ সন্ধানহীন হৈ থকা কিশোৰগৰাকীৰ সম্ভেদ পালে ছিপাঝাৰ আৰক্ষী থানা অথবা 6002412161 ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুহুৰাতলী ১নং ধলপুৰ নিবাসী আক্কাচ আলীৰ পুত্ৰ মাজিদুল ইছলাম (১১ ) যোৱা ৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালটোক দু:চিন্তাত পেলাইছে । উল্লেখ্য…

Read More
  • February 12, 2024

মিৰ্জাত কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, আটক ২ ড্ৰাগছ সৰবৰাহকাৰীক ।

এইবাৰ পলাশবাৰীৰ মিৰ্জাত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ৰবিবাৰে নিশা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহিছিল ২ ড্ৰাগছ সৰবৰাহকাৰী । AS19R3844 নম্বৰৰ এলটো বাহনত আহিছিল চাফিজ উদ্দিন আৰু জাকিৰ হুছেইন…

Read More
  • February 9, 2024

দুলীয়াজানৰ অইলৰ তৈলখাদত অগ্নিকাণ্ড । যোৰাজান সমীপৰ ১৬ নং তৈলখাদত হৈছে এই অগ্নিকাণ্ড ।

দুলীয়াজানৰ অইলৰ তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড ।যোৰাজান সমীপৰ ১৬ নং তৈলখাদত হৈছে এই অগ্নিকাণ্ড ।কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে ।এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও অইলৰ…

Read More
  • February 6, 2024

ড০ নন্দ সিং বৰকলালৈ “সাহিত্যজ্যোতি” বঁটা ।

“হাদিৰাচকী”উপন্যাসৰ শ্ৰষ্ঠা ড০ নন্দ সিং বৰকলালৈ নতুন সুৰ প্ৰকাশন পৰিষদ, উত্তৰ লক্ষীমপুৰে “সাহিত্যজ্যোতি বঁটা” ২০২৪ আগবঢ়াইছে । দীৰ্ঘদিন জুৰি অসমীয়া সাহিত্য আৰু তেখেতৰ অসমীয়াত্ববোধৰ দায়িত্ব আৰু কৰ্তব্যবোধেৰে জাতিক সমৃদ্ধ কৰাৰ…

Read More
  • February 6, 2024

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা । পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লু’ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা ।

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেলত সংঘটিত হৈছে এই ঘটনা ।হোটেল ৰেডিছন ব্লু’ত মহাৰাষ্ট্ৰৰ যুৱকক হত্যা ।সন্দীপ সুৰেশ কামলি নামৰ যুৱকজনক হানি-খুচি হত্যা ।ঘটনা সন্দৰ্ভত আজাৰাৰ পৰা দুই যুৱক…

Read More
  • February 4, 2024

অসম লোকসেৱা আয়োগৰ পৰীক্ষা ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা গৃহবিভাগৰ ।

APSCৰ ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা ।৬৫ গৰাকী APS প্ৰাৰ্থীলৈ নিৰ্দেশনা জাৰি গৃহবিভাগৰ ।কাইলৈ জনতা ভৱনৰ কনফাৰেন্স হলত হাজিৰ হোৱাৰ নিৰ্দেশ ।নথি পুন:নিৰীক্ষণৰ বাবে উপস্থিত হব লাগিব আটাইকেইগৰাকী…

Read More
  • February 4, 2024

ধিঙৰ গেৰেকনিত প্রেমজনিত কাৰণত ছাত্রীৰ চৰম সিদ্ধান্ত ।

নগাঁও জিলাৰ ধিঙৰ গেৰেকনি বিলত এগৰাকী ছাত্ৰীয়ে কীটনাশক ঔষধ খাই আত্মহত্যা কৰে।জানিব পৰা মতে,গেৰেকনি বিলৰ নিবাসী জয়নাল অবদিনৰ কন্যা তথা বেছামাৰী গাৰ্লচ স্কুলৰ ছাত্ৰী জেনিফা আহমেদ(১৭) য়ে যোৱা ৩১ জানুৱাৰীৰ…

Read More
  • February 4, 2024

নিশা দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অঘটন । ট্ৰেইন দুখনৰ মাজত তীব্ৰ হতাহতি । গুৰুতৰভাৱে আহত হৈছে বহু লোক ।

মণিপুৰৰ কুকি আৰু মাইটে ট্ৰেইনৰ মাজত হতাহতি । আহতসকলক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ইতিমধ্যে দেৰগাঁও সামূহিক চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত…

Read More