কাশ্মীৰৰ পুলৱামাত হিজবুল মুজাহিদীনৰ ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী ৰিয়াজ নাইক’ নিহত। প্ৰায় আঠ বছৰ ধৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পাছত ভৰতীয় সেনাই বুধবাৰে লাভ কৰে এই বৃহৎ সাফল্য ।