প্ৰায় দুটা মাহৰ পাছত অসমত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গ অহা
বাহনখনে ইতিমধ্যে অসমৰ ভূমিত প্ৰবেশ কৰিছে । বিশেষ সূত্ৰে জানিব পৰা মতে জুবিন গাৰ্গ প্ৰথমে সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰলৈ যাব আৰু তাৰ পিছতেই এখন পঞ্চতাৰকা হোটেলত ১৪দিন ৰখা হ’ব৷
