নগাঁও জিলাৰ ধিঙৰ ধূপগুৰীত হস্তনিৰ্মিত পিষ্টল সহ আটক কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম । উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল, দুই জাই গুলি, দুই হাজাৰ টকা আৰু ম’বাইল হেণ্ডছেট । নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীৰ যৌথ অভিযানত আটক হয় ধৃত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম । বটদ্ৰৱা কদমনি গাঁৱৰ চিৰাজুল ইছলামে দীৰ্ঘ দিন ধৰি ধিং ,বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

38 Comments