আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ঘোষনা কৰিলে দামোদৰ দেৱ বঁটা প্ৰাপক নাম।বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বৰ্ষৰ দেৱ দামোদৰ দেৱ বঁটা।2012 বৰ্ষৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা।বাক্সা জিলাৰ সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি।আউনীআটী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো সত্ৰাধিকাৰ গৰাকীয়ে কলে বহু গুৰুত্বপূৰ্ণ তথ্য।

