sangbad lahar logo

ৰূপহীহাটত আৰক্ষীৰ জালত বাল্যবিৱাহ সম্পন্ন কৰোৱা মৌলবী।

ৰূপহীহাটত আৰক্ষীৰ জালত বাল্যবিৱাহ সম্পন্ন কৰোৱা মৌলবী। পশ্চিম শিঙিমাৰীৰ পৰা গ্ৰেপ্তাৰ হ’ল উকাল উদ্দিন নামৰ মৌলবীজন। মৌলবীজনৰ লগতে জালত পৰি আন এজন লোকো। ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ লগতে বাল্যবিৱাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান।

All reactions:

3434

Related Articles