sangbad lahar logo

১৩ বছৰ বয়সতে অলিম্পিক স্বৰ্ণ পদক জয়েৰে অভিলেখ নিছিয়াৰ…

মাত্ৰ ১৩ বছৰ বয়সতে অলিম্পিক স্বৰ্ণ পদক কঢ়িয়াই জাপানৰ ম’মিজি নিছিয়াই ইতিহাসত ৰচিলে অভিলেখ। টকিঅ’ অলিম্পিকত মহিলা স্কেটব’ৰ্ডিঙত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰে ম’মিজি নিছিয়াই । ইয়াৰ উপৰিও ১৩ বছৰীয়া কিশোৰী ম’মিজি নিছিয়া হৈ পৰিল অলিম্পিকত স্বৰ্ণ জয় কৰা আটাইতকৈ কনিষ্ঠ খেলুৱৈ । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত হৈছে এই স্কেটব’ৰ্ডিং ক্ৰীড়াবিধ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *