sangbad lahar logo

হাজোৰ আধিযাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰেভেলাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী কিশোৰ।গুৱাহাটী দিশৰ পৰা মুকালমুৱা অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত AS 25-CC 1893 নম্বৰৰ ট্ৰেভেলাৰ খনে এগৰাকী পথচাৰী কিশোৰক মহতিয়াই নিয়ে। যাৰ ফলত থিতাতে নিহত হয় কিশোৰ জন। নিহত কিশোৰ জন বৰ্নিৰ আব্দুল আজিজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *