sangbad lahar logo

স্থান সলনি হ’ব ৰাজভৱনৰ।

খাৰঘুলিত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৰাজ্যপালৰ বাবে ‘ৰাজ নিবাস’। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খাৰঘুলিত ৰাজ্যপালৰ বাবে এই নতুন ভৱনৰ শিলান্যাস কৰিব।

নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ৰাজ নিবাসৰ নিৰ্মাণ কাৰ্যৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৩৬ মাহ। আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ ৪১ কোটি ৩২ লাখ ৫১ হাজাৰ টকা।

Related Articles