sangbad lahar logo

যোৱা বছৰৰ এই একেটা সময়ত টেছলাই ১০৪০ লাখ ডলাৰ উপাৰ্জন কৰিছিল…….

যোৱা বছৰৰ এই একেটা সময়ত টেছলাই ১০৪০ লাখ ডলাৰ উপাৰ্জন কৰিছিল.......

টেছলাই প্ৰকাশ কৰা অনুসৰি, কোম্পানীটোৰ ৰাজহ এবছৰ পূৰ্বৰ ত্ৰিমাহিকৰ ৬.০৪ বিলিয়ন ডলাৰৰ পৰা দুগুণ বৃদ্ধি পাই ১১.৯৬ বিলিয়ন ডলাৰ হ’ল ।
টেছলাৰ স্বত্বাধিকাৰী মাস্কে কোম্পানীটোৰ এই বাণিজ্যিক সফলতাক বাস্তৱত এক অবিশ্বাস্য মাইলৰ খুঁটি আখ্যা দিলে ।
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে টেইলাই ভাৰতত বৈদ্যুতিক গাড়ী উৎপাদন কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । তদুপৰি টেছলাই নিৰ্মাণ কৰা গাড়ীৰ শ্ব’ৰূমো ভাৰতৰ একাধিক চহৰত মুকলি কৰাৰ পৰিকল্পনা টেছলাই গ্ৰহণ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *