sangbad lahar logo

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক অখিল গগৈ।

এই কথা নিজেই সদৰী কৰিলে বিধায়ক অখিল গগৈ। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে তেওঁ। চানমাৰি থানাত ৰুজু হৈ থকা গোচৰৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়কগৰাকী। বিধায়কগৰাকীয়ে বিচাৰিছে অসমবাসীৰ সহায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *