sangbad lahar logo

মৰিগাঁও DTO অফিচত প্ৰতিবাদ ৷

মৰিগাঁৱত সোমবাৰে পুনৰ DTO অফিচত দুঘন্টীয়া ধৰ্মঘট। পৰিবহন আয়ুক্তই এগৰাকী জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিকভাৱে অপদস্থ কৰাকলৈ জিলা পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলৰ এই প্ৰতিবাদ ৷ পৰিবহনৰ কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক পৰিবহন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ সময়সীমা বান্ধি দিছিল যদিও কোনো ব্যৱস্থা নোলোৱাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *