sangbad lahar logo

মঙলবাৰৰ দিনটোত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ মুঠ ৮ জন শিক্ষকৰ দেহত ধৰা পৰিল কোভিডৰ উপস্থিতি ৷

ক্ৰমান্বয়ে গণ সংক্ৰমণৰ দিশে দৰং জিলা ৷ মঙলবাৰৰ দিনটোত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ মুঠ ৮ জন শিক্ষকৰ দেহত ধৰা পৰিল কোভিডৰ উপস্থিতি ৷ বিদ্যালয়খনত মঙলবাৰৰ দিনটোত পাঠ গ্ৰহন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ দেহতো কোভিড সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *