sangbad lahar logo

ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ভাৰতীয় সেনাৰ মানৱ সেৱা।

উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ সেনাই কৰিব চিকিৎসা সেৱা। ৮৯ জনীয়া সেনাৰ চিকিৎসকৰ দলে স্থাপন কৰিব ৩০ খন বিচনাযুক্ত ফিল্ড হাস্পতাল। থাকিব এক্স-ৰে’ যন্ত্ৰ, ভেণ্টিলেটৰ, অক্সিজেন উৎপাদন প্ৰকল্প, কাৰ্ডিয়াক মনিটৰ, এম্বুলেঞ্চকে ধৰি বিভিন্ন চিকিৎসা সঁজুলি।উদ্ধাৰকাৰীৰ সৈতে ইতিমধ্যে ৰাওনা হৈছে দলটো।

Related Articles