sangbad lahar logo

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২২-২৩ বৰ্ষৰ বাবে “কেন্দ্ৰীয় চুক্তি ” লাভ কৰা খেলুৱৈৰ দীঘলীয়া তালিকা ঘোষণা কৰে …

 বিচিচিআই কেন্দ্ৰীয় চুক্তি তালিকা ২০২২-২৩ :
গ্ৰেড A+ :  ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা
গ্ৰেড A : হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ স্বামী, ঋষভ পন্ত, অক্ষৰ পেটেল



গ্ৰেড B : চেতেশ্বৰ পূজাৰা, কে এল ৰাহুল, শ্ৰেয়াছ আয়েৰ, মহম্মদ ছিৰাজ, সূৰ্য্যকুমাৰ যাদৱ, শুভমান গিল


গ্ৰেড C : উমেশ যাদৱ, শিখৰ ধাৱন, শাৰদুল ঠাকুৰ, ঈশান কিষাণ, দীপক হুদা, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, সঞ্জু চেমচন, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, কে এছ ভাৰত
 
 

Related Articles