sangbad lahar logo

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং।

অসমবাসীৰ বাবে সুখবৰ।

শৰাইঘাটত নিৰ্মাণ হ’ব এই নতুন দলং। দলংখন ৰে’ল আৰু আন বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব।

আজি এই সন্দৰ্ভত এক টুইটযোগে ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

Related Articles