sangbad lahar logo

বৃহস্পতিবাৰে অসম সচিবালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত কোভিডক লৈ এক পৰ্যালোচনা বৈঠকত মিলিত।

এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আইএএছ বাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্রিয়া, আইএএছ স্বাস্থ্য সেবা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীল মাধৱ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

শেহতীয়াকৈ কোভিড-১৯য়ে জাপান, আমেৰিকা যুক্তৰাষ্ট্র, দক্ষিণ কোৰিয়া, ব্রাজিল আৰু চীনত ত্রাস সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে উদ্বেগ প্রকাশ কৰে।

Related Articles