sangbad lahar logo

বিহালীৰ বেঙাবাৰীত বন্যহস্তীৰ সন্ত্ৰাস নষ্ট কৰিলে ধানখেতি।

বিহালীত বেঙাবাৰীত বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস ৷ প্ৰায় ৬০ টা মান হাতীৰ জাকে নিশা বেঙাবাৰী অঞ্চলৰ খেতি মাটিত সোমাই নষ্ট কৰে কৃষিভূমি ৷ উল্লেখ্য যে শেহতীয়াকৈ বিহালীৰ বেঙাবাৰী, ৰাংছালী, বতিয়ামাৰী নাচবৰকে ধৰি বহু অঞ্চলত বন্যহস্তীৰ জাকটোৱে নিদ্ৰা হৰিছে জনসাধাৰণৰ ৷ বেঙাবাৰী অঞ্চলৰ কৃষক ৰাইজেও কপালৰ ঘাম মাটিত পেলাই কৰা খেতি দৰা এইদৰে হাতীয়ে নষ্ট কৰাত হতাশ হৈ পৰিছে ৷ যোৱা নিশা বেঙাবাৰী পথাৰত বুলু দাস , ধৰমেশ্বৰ দাস, দিলকুমাৰ ওৰফে বুবুল দাস আৰু গুধ দাস নামৰ কৃষক কেইজনৰ প্ৰায় ১০ বিঘা ধান খেতি নষ্ট কৰে এই হাতীৰ জাকটোৱে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *