sangbad lahar logo

বিজেপিয়ে ঘোষণা কৰিলে ৭০ সমষ্টিৰ বিপৰীতে প্ৰাৰ্থী তালিকা

বিজেপিয়ে ঘোষণা কৰিলে ৭০ সমষ্টিৰ বিপৰীতে প্ৰাৰ্থী তালিকা

মাজুলীত :- সৰ্বানন্দ সোণোৱাল
জালুকবাৰীত :- হিমন্ত বিশ্ব শৰ্মা।
পাটাছাৰকুছিত :- ৰঞ্জিত কুমাৰ দাস
”বিভিন্ন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাঃ ঢেকিয়াজুলি- অশোক সিংহাল।
বৰহোলা- গণেশ কুমাৰ লিম্বু
ৰঙাপাৰা- কৃষ্ণ কমল তাতী
চতিয়া- পদ্ম হাজৰিকা
বিশ্বনাথত – প্ৰমোদ বৰঠাকুৰ
বিহালীত – ৰঞ্জিত দত্ত
গহপুৰত- উৎপল বৰা
ধিঙত – সঞ্জীৱ কুমাৰ বৰা
বটদ্ৰৱাত – আঙ্গুৰলতা ডেকা
ৰূুপহীহাটত – নাজিৰ হুচেইন
চামগুৰিত – অনিল শইকীয়া
সৰুপথাৰত – বিশ্বজিত ফুকন
গোলাঘাটত – অজন্তা নেওঁগ
খুমটাইত – মৃণাল শইকীয়া
যোৰহাটত – হিতেন্দ্ৰ নাথ গোস্বামী
তিতাবৰত – হেমন্ত কলিতা
মৰিয়নীত – ৰমানী তাতী
নাজিৰাত – ময়ুৰ বুঢ়াগোহাঁই
মাহমৰাত – যোগেন মহনট
সোণাৰিত – ধৰ্মেশ্বৰ কোৱঁৰ
থাওৰাত – কুশল দেউৰী
শিৱসাগৰত – সুৰভি ৰাজকোৱঁৰ
বিহপুৰীয়াত – ড০ অমিয় ভূঞা
লখিমপুৰত – মানৱ ডেকা
ঢকুৱাখানাত – নৱ কুমাৰ দলে
ধেমাজিত – ডা০ ৰণোজ পেগু
জোনাইত – ভুবন পেগু
মৰাণত – চক্ৰধৰ গগৈ
ডিব্ৰুগড়ত – প্ৰশান্ত ফুকন
লাহোৱালত – বিনোদ হাজৰিকা
দুলিয়াজানত – তেৰছ গোৱালা
তিংখাঙত – বিমল বৰা
নাহৰকটীয়াত – তৰংগ গগৈ
তিনিচুকীয়াত – সঞ্জয় কিষান
ডিগবৈত – সুৰেন ফুকন
মাৰ্ঘেৰিটাত – ভাস্কৰ শৰ্মা
শদিয়াত – বলিন চেতিয়া
ৰাতাবাৰীত – বিজয় মালাকাৰ
পাথাৰকান্দিত – কৃষ্ণন্দো পাল
কৰিমগঞ্জ উত্তৰত – ডা০ মানস দাস
বদৰপুৰত – বিশ্বৰূপ ভট্টাচাৰ্য
কাটলচেৰাত – সুব্ৰত নাথ
শিলচৰত – দ্বিপায়ন চক্ৰৱৰ্তী
লাহৰীঘাটত – কৌদিৰু জজমান জিন্নাহ
নগাঁৱত – ৰূপক শৰ্মা
বঢ়মপুৰত – জিতু গোস্বামী
লামডিঙত – শিবু মিশ্ৰ।
সোনাইত – আমিনুল হক লস্কৰ
ঢলাইত – পৰিমল শুক্লবৈদ্য
উদাৰবন্দ – মিহিৰ কান্তি শম
লক্ষীপুৰত – কৌশিক ৰায়
বৰখোলাত – অমলেন্দু দাস
কাটিগড়াত – গৌতম ৰয়
হহাফলঙত – নন্দিতা গাৰ্লোচা
বোকাজানত – নোমল মমিন
ডিফুত – বিদ্যা সিং ইংলেং
বৈঠালাংছত – ৰূপসিং তেৰাং
কমলপুৰত – দিগন্ত কলিতা
ৰঙিয়াত – ভৱেশ কলিতা
নলবাৰীত – জয়ন্ত মল্ল বৰুৱা
পানেৰীত – বিশ্বজিত দৈমাৰী
কলাইগাঁৱত – মধুৰাম ডেকা
মঙলদৈত – গুৰুজ্যোতি দাস
মাজবাটত – জিতু কৃষাণ
জাগীৰোজত – পীযুষ হাজৰিকা
মৰিগাঁৱত – ৰমাকান্ত দেউৰী।


Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *