sangbad lahar logo

বাল্যবিৱাহ কৰোৱাসকল বেছিভাগেই হেনো সন্দেহজনক নাগৰিক।

কোনোবা ১৯৭১ৰ আগত অহা আৰু একাংশ ’৭১ পিছত অহা। বিধায়ক অতুল বৰাৰ এই বিস্ফোৰক মন্তব্য। লগতে দিছপুৰৰ বিধায়কজনে বাল্যবিৱাহক লৈ জগৰীয়া কৰিলে আশাকৰ্মীসকলক। বাল্যবিৱাহৰ ঘটনা আশাকৰ্মীয়ে কিয় দেখা নাছিল বুলি প্ৰশ্ন বিধায়কজনৰ।

Related Articles