sangbad lahar logo

বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বনৰ পথ

গ্ৰাম্য অৰ্থনীতি আৰু বন্ধন বেংক

সোণাপুৰ ৰূপনগৰৰ এইগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন। নাম মিনাক্ষী কলিতা। ‘বন্ধন বেংক’ৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱা এইগৰাকী মহিলাই লকডাউনৰ সময়তো সুচাৰুৰূপে চলাই নিছে পৰিয়াল। হাঁহ-কুকুৰা পালনৰ উপৰিও ক্ষুদ্ৰ ব্যৱসায়েৰে চলাই নিছে তেওঁৰ পৰিয়াল। সেয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে বন্ধন বেংক কৰ্তৃপক্ষলৈ। গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণত বন্ধন বেংকৰ এই পদক্ষেপ সঁচাই প্ৰসংশনীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *