sangbad lahar logo

বঙাইগাঁও জিলাৰ মানিকপুৰত চুৰিকাণ্ড । চোৰে ৫০/৬০ হাজাৰ নগদ টকা সোণৰ অলংকাৰসহ আন আন সামগ্ৰী চুৰি কৰি নিয়ে ।

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং ভাণ্ডাৰাৰ ছফেৰ আলীৰ ঘৰত চোৰে সিন্ধি খান্দি চুৰি কৰি নিয়ে নগদ টকা । নিশা চোৰে ৫০/৬০ হাজাৰ নগদ টকা সোণৰ অলংকাৰসহ আন আন সামগ্ৰী চুৰি কৰি নিয়ে । উল্লেখ্য যে এই বছৰত ছফেৰ আলীৰ ঘৰত তিনিবাৰকৈচুৰিকাণ্ড সংগঠিত হৈছে ।

Related Articles