sangbad lahar logo

প্ৰয়াত অভিনেতা প্ৰানজিৎ দাসৰ বাসগৃহত উপস্থিত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।

ভ্ৰাম্যমাণ থিয়েটাৰ তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসে বিগত প্ৰায় চাৰিটা দশক ধৰি সাৱলীল অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছিল। তেখেতৰ বিয়োগ মঞ্চ জগতৰ লগতে আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি।

আজি সেয়ে তেখেতৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্রীগৰাকীয়ে।

Related Articles