sangbad lahar logo

প্ৰচণ্ড শীতকো নেওচি মঙ্গলদৈত দুপৰ নিশালৈ ৰাইজে উপভোগ কৰিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

মঙলদৈৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বছেৰেকীয়া মহামিলন কাৰ্যসূচীৰ হিচাপে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন।

নতুন বছৰৰ প্ৰাকক্ষণত জুবিন অনুৰাগীয়ে নাচি বাগি উপভোগ কৰিলে জুবিনৰ গীত।
গীতৰ মাজতেই ক’ভিদৰ নোহোৱা হোৱাৰ কাৰন বাখ্যা কৰিলে।

জুবিন গাৰ্গক বিদ্যালয় আৰু জুবিন ফ্ৰেন ক্লাবৰ ফালৰ পৰা এহাল শহা পশু প্ৰদান।

Related Articles