sangbad lahar logo

পুৱাই চাবুৱাৰ বালিজান চাইডিংত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা।

উন্মুক্ত ৰেল ক্ৰছিংত তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে এখন বাহন। দুৰ্ঘটনাত বাহনখনৰ আৰোহীজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, উক্ত দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে চূৰ্ণাকৃত হৈ পৰে বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নং হৈছে AS-06-P-0506…

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ উক্ত উন্মুক্ত ৰে’ল ক্ৰছিংটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।

Related Articles