sangbad lahar logo

পুনৰ ৪১ হাজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিব চৰকাৰে । বাজেট অধিৱেশনত ঘোষণা বৃত্তমন্ত্ৰী অজন্তা নেওগৰ ..

অসম বিধানসভা অধিৱেশনৰ তৃতীয়দিনা বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে যে , পুনৰ ৪১ হাজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিব চৰকাৰে । ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনেদৰে কয় । অহা ১০ ৰ পৰা ২০ মেৰ ভিতৰত ৪০ হেজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব । লগতে কয় যে, চৰকাৰে ঘোষিত ১ লাখ নিবনুৱা নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে । নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছতে পৰ্যায়ক্ৰমে নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

Related Articles