sangbad lahar logo

নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ধনতোলাত ১০ মহীয়া শিশু উদ্ধাৰ..

পথৰ কাষৰ এখন পথাৰত পৰি থকা অৱস্থাত সোমবাৰে উদ্ধাৰ এটি ১০ দিনীয়া নৱজাতক ।

বৰষুণত তিতি থকা অৱস্থাত এগৰাকী শিক্ষয়িত্ৰীয়ে  নৱজাতকটোক দেখা পাই ওচৰ চুবুৰীয়াক খবৰ দি জীৱিত অৱস্থাত  উদ্ধাৰ কৰে  ।

ঘটনাস্থলীত  উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ নৱজাতকটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

১০ দিনীয়া নৱজাতকটোক মাতৃয়ে কিয় এনেদৰে পথৰ কাষত পেলাই থৈ গল সেইয়া ৰহস্যৰ আৱৰ্তত ।

Related Articles