sangbad lahar logo

নগাঁৱত পথ দুৰ্ঘটনা

নগাঁও , ১৭ , ডিজিটেল ডেস্ক – লক ডাউন চলি থকা মাজতে নগাঁৱৰ জামুগুৰিত হৈছে সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।জামুগুৰিত ASO1 FC 8442 নম্বৰৰ মালবাহী মিনি ভেনে খুন্দিয়ালে ASO2 T 5706 নম্বৰৰ স্কুটীক। দুৰ্ঘটনাটোৰ ফলত স্কুটী আৰোহী কমল শইকীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকজনক পৰৱৰ্তী পৰ্যায়ত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *