sangbad lahar logo

ধিঙৰ গেৰেকনিত হস্ত নিৰ্মিত পিষ্টলসহ গ্ৰেপ্তাৰ আমিৰ হুছেইন নামৰ এজন যুৱক ।

নিশা ধিং আৰক্ষীয়ে গেৰেকনিৰ যুৱক জনৰ নিজ বাসগৃহৰ পৰা হস্ত নিৰ্মিত পিষ্টল সহ গ্ৰেপ্তাৰ কৰে ধৃত যুৱক আমিৰ হুছেইনক । বৰ্তমান ধিং আৰক্ষী থানাত যুৱক জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

Related Articles