sangbad lahar logo

দৰঙত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ।

এদিনীয়া কাৰ্যসূচীৰে মঙ্গলদৈৰ দৰঙী কলাকৃষ্টিৰ বাকৰিত বৃহত্তৰ অসমীয়া যুৱমঞ্চ দৰং আৰু দৰঙী কলাকৃষ্টিয়ে যুটীয়াভাৱে উদযাপন কৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ । দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰঙী কলাকৃষ্টিৰ দলে বিভিন্ন নৃত্য-গীতৰ দ্বাৰা ৰাইজক মুহিত কৰিলে । হেৰাই যাবলৈ ধৰা দৰঙী লোককৃষ্টি বৰধুলীয়া, নাঙলী গীত প্ৰদৰ্শন কৰে এই অনুষ্ঠানত ।

Related Articles