sangbad lahar logo

তৰুণ প্ৰজন্মৰ লেখক , টীয়কৰ সু-সন্তান অৰূপজ্যোতি হাজৰিকা

টীয়কৰ এগৰাকী সু-সন্তান । নাম তেওঁৰ অৰূপজ্যোতি হাজৰিকা । পেছাত এগৰাকী চৰকাৰী চাকৰিয়াল অৰূপজ্যোতি হাজৰিকা, তৰুণ প্ৰজন্মৰ এজন লেখক হিচাপে সুখ্যাতি অৰ্জন কৰিছে তেওঁ। প্ৰবন্ধ আৰু কবিতাৰ জগতৰ লগত তেওঁ বিশেষভাৱে পৰিচিত । ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত কেইবাখনো গ্ৰন্থই পাঠকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে । সমাজত চলি থকা বাস্তৱ ঘটনাৰাজিক তেওঁ কলমৰ মাজেৰে পাঠক সমাজৰ আগত সবলভাৱে উপস্থাপন কৰি আহিছে ।
চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো তেওঁ সাহিত্য চৰ্চা কৰি যি নিদৰ্শন দাঙি ধৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *