sangbad lahar logo

তুৰ্কীত ২৪ ঘণ্টাত তিনিটাকৈ প্ৰলয়ংকাৰী ভূমিকম্প৷

ভূমিকম্পত মৃতকৰ সংখ্যা ৪,৩৬৫লৈ বৃদ্ধি হোৱাৰ লগতে আহত ১৫,০০০ লোক৷

প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৭.৮ ৰিখটাৰ স্কেল, দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ ৰিখটাৰ স্কেল৷ ভূমিকম্পত ভাগি চূৰমাৰ হৈছে ১৬০০ অট্টালিকা৷ নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা৷ বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান৷

Related Articles