sangbad lahar logo

তিনিচুকীয়া জিলাৰ ডিগবৈ-লক্ষীপথাৰ-মাকুম সংযোগী পথত বনৰীয়া হাতীৰ বিচৰণ..

যোৱা নিশা ডিগবৈ-লক্ষীপথাৰ-মাকুম সংযোগী গড়কাপ্তানী পথত এটা বনৰীয়া হাতীয়ে পথৰ ওপৰত থিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু সময় আৱদ্ধ হৈ থাকিল একাধিক সৰু-সৰু যাঁন বাহন।

Related Articles